- ধুবুৰী জিলা পৰিষদৰ কাৰ্যালত CM ভিজিলেন্সৰ অভিযান।
- সহকাৰী জিলা প্রকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক।
- পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ চৰকাৰী বাসগৃহতো অভিযান।
- দুয়োকে জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।
- বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বাসগৃহতো অভিযান।
- সংগ্রাম নিলয়ৰ বি ১ ফ্লেটতো অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।
- গোস্বামীৰ ফ্লেটৰ পৰা জব্দ নগদ ২.৫ কোটি টকা।
- ৩০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে মৃণাল কান্তি সৰকাৰ।
- CEO বিশ্বজিৎ গোস্বামীৰ নিৰ্দেশতে লৈছিল টকাখিনি।
- উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত লৈছিল এই ধন।