আজি পুৱাই গণেশগুৰিত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান। গুৱাহাটীৰ অবৈধ পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ GMC।
![](https://headline8.com/wp-content/uploads/2022/11/ghy-6-16674464333x2-1-e1667450743130-300x130.webp)
উল্লেখ্য যে, GMCৰ আয়ুক্তৰ নিৰ্দেশত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ১ নৱেম্বৰৰ পৰা চলিছে উচ্ছেদ অভিযান। আজি গণেশগুৰিৰ পদপথত থকা অস্থায়ী দোকানসমূহ এফালৰ পৰা ভাঙি উচ্ছেদ কৰা হৈছে।