• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীক লৈ মহানগৰীত যান-বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা

নিউজ ডেস্ক by নিউজ ডেস্ক
October 13, 2022
in ৰাষ্ট্ৰীয়, ৰাজনীতি
1 min read
0
আজি অসমত উপস্থিত হ’বহি NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ
Share on FacebookShare on Twitter

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু। ১৩ আৰু ১৪ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীত কেইবাটাও বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতিৰ আগমণ সন্দৰ্ভত মহানগৰীৰ যান-বাহন আৰক্ষীৰ সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা জাৰি কৰিছে। ১৩ অক্টোবৰত ৬ চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন সমূহ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ চলাচল বন্ধ থাকিব।

১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব একেই বাহনৰ চলাচল। আনহাতে ১৪ অক্টোবৰত পুৱা ৮ বজাৰ পৰা ১২ বাজি ৩০ মিনিটলৈ DG ROAD, AT ROAD, MG ROAD,KLB ROAD, TAIBULLAH ROAD, GNB ROAD, B.BARUAH ROAD, GS ROAD আৰু PUNJABARI ROAD ত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্মক ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্মক ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্মক ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ

ইউনিক’ডত পুনৰ অৱহেলিত হ’বলগীয়া হ’ল অসমীয়া ভাষা!

ইউনিক'ডত পুনৰ অৱহেলিত হ'বলগীয়া হ'ল অসমীয়া ভাষা!

‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

'লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8