• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 14, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
Share on FacebookShare on Twitter

দুৰ্নীতিগ্ৰস্ত কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী আৰু তেওঁৰ তিনি সহযোগী ৰিচাৰ্ড ইছলাৰী, মনোজ বসুমতাৰী আৰু সৌভিক দে’ক গোসাঁইগাঁও মহকুমা ন্যায়িক দণ্ডাদীশৰ আদালতত যোৱা নিশা হাজিৰ কৰোৱা হয়। আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইজনকে।

পৰিবহণ বিষয়াজনৰ লগতে তেওঁৰ সহযোগীসকলে শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছতে সোমেশ্বৰ ব্ৰহ্মৰ মহানগৰীৰ কাহিলীপাৰাস্থিত বাসগৃহতো তালাচী চলাইছিল আৰক্ষীয়ে।

Previous Post

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা!

Next Post

বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’ শীঘ্ৰেই মুক্তিৰ পথত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’ শীঘ্ৰেই মুক্তিৰ পথত

বহু প্ৰতীক্ষিত সংগীত ভিডিঅ' 'সুৰ তুমি' শীঘ্ৰেই মুক্তিৰ পথত

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

‘লভিতা’ৰ দৰ্শনী বন্ধ কৰিবলৈ বাধ্য হ'ল আৱাহন থিয়েটাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8