উৎকোচ লৈ পুনৰ হাতে–লোটে ধৰা পৰিল দুই চৰকাৰী কৰ্মচাৰী। কোকৰাঝাৰৰ গোসাঁইগাঁৱত গ্ৰেপ্তাৰ ফৰেষ্টাৰ কামিনী নাৰ্জাৰী আৰু ফৰেষ্ট গাৰ্ড প্ৰবীণ ব্ৰহ্মক।
Sri Kamini Narzary Forester Grade B & Sri Prabin Brahma Forest Guard have been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for for regularising a forest case at Gossaigaon, Kokrajhar. @assampolice @CMOfficeAssam pic.twitter.com/m9ooSDtL3l
— GP Singh (@gpsinghips) September 9, 2022
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দুয়োকে। দাবী কৰা ধন গ্ৰহণ কৰি থকাৰ অৱস্থাতে দুৰ্নীতি নিবাৰকৰ দলে দুয়োকে হাতে–লোটে গ্ৰেপ্তাৰ কৰে।