- ডিব্রুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্রেছৰ পৰা আটক দুজন ইউক্ৰেইনৰ নাগৰিক।
- পশ্চিমবংগত আটক দুই বিদেশী লোক।
- আটকাধীন লোক দুজন ইউক্রেনৰ।
- নিউ কোচবিহাৰ ৰে’ল ষ্টেচনৰ পৰা আটক কৰা হৈছে লোকদ্বয়ক।
- এগৰাকী মহিলা আৰু এজন পুৰুষক আটক।
- ভিছাৰ সময় উকলি যোৱাৰ বাবে দুয়োকে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।