• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘বৰষা শৰ্মালৈ মূকাভিনয়ৰ ৰাষ্ট্ৰীয় জলপানি ‘

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in মনোৰঞ্জন, অসম, সংবাদ
1 min read
0
‘বৰষা শৰ্মালৈ মূকাভিনয়ৰ ৰাষ্ট্ৰীয় জলপানি ‘
Share on FacebookShare on Twitter

বজালীৰ পাঠশালাৰ উদীয়মান মূকাভিনয় শিল্পী বৰষা শৰ্মাই অলপতে ঘোষণা কৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ CCRT ৰ জৰিয়তে মূকাভিনয়ৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছে । সংগীত নাটক অকাডেমি বঁটা প্ৰাপক গুৰু মইনুল হক ডাঙৰীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ ল’বলৈ লাভ কৰা বৰষা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগৰ এগৰাকী স্নাতকোত্তৰ ছাত্ৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২০-২১ বৰ্ষৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আছিল ।

অসম মাইম এণ্ড স্কিট থিয়েটাৰৰ জেষ্ঠ শিল্পী বৰষা শৰ্মাই সংগীত নাটক অকাডেমী যুৱ বঁটা প্ৰাপক কুলদীপ পাটগীৰিৰ অধীনত প্ৰশিক্ষণ লাভ কৰি ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃ ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱত মূকাভিনয় ক্ষেত্ৰত কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে l পাঠশালাৰ গণক পুখুৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক সুৰেশ শৰ্মা আৰু সবিতা দেৱীৰ একমাত্ৰ কন্যা বৰষা শৰ্মা।

Previous Post

পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, অক্ষয়ৰ প্ৰতিকৃতি

Next Post

গোলাবর্ষণত নিহত ইউক্রেইনৰ বেলে’ তাৰকা আৰটম

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গোলাবর্ষণত নিহত ইউক্রেইনৰ বেলে’ তাৰকা আৰটম

গোলাবর্ষণত নিহত ইউক্রেইনৰ বেলে' তাৰকা আৰটম

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

টীম হিউমেনিটিৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰ

টীম হিউমেনিটিৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8