• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 26, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!
Share on FacebookShare on Twitter

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ হৈ থকা অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷

কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব বুলি ছাত্ৰ সন্থাই সকিয়াই দিয়াৰ লগতে উক্ত বিষয়টোক লৈ অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাকো ছাত্ৰ সন্থাই ধিক্কাৰ দি কয়- অসম চৰকাৰে অসমীয়া ভাষা ৰক্ষাৰ বাবে সাহসেৰে ফলপ্ৰসূ পদক্ষেপ লৈ দেখুৱাওক ৷

চৰকাৰৰ এই সিদ্ধান্ত আৰু ডিব্ৰুগড় কেন্দ্ৰৰ সম্প্ৰচাৰ অব্যাহত ৰখাৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ২৬ অক্টোবৰত ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিব বুলি এক সংবাদ বিবৃতিত জনায়। ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীদীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শ্ৰীশংকৰজ্যোতি বৰুৱাই ক্ষোভেৰে কয়- অসমত অসমীয়া ভাষা বিৰোধী কাৰ্য সহ্য কৰা নহ’ব ৷ 

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মিঞা মিউজিয়ামত সংৰক্ষণ কৰা জাকৈ, খালৈ, চাবৰেঙ আদি অসমীয়াৰ সম্পদ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুখ্যমন্ত্ৰীৰ পৰিয়াল ক’ভিড সামগ্রী যোগানৰ লগত জড়িত নহয়ঃ পীয়ুষ হাজৰিকা

মিঞা মিউজিয়ামত সংৰক্ষণ কৰা জাকৈ, খালৈ, চাবৰেঙ আদি অসমীয়াৰ সম্পদ!

ডিব্ৰুগড় জিলাৰ খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড় জিলাৰ খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বোকাখাতত আটক গৰু সৰবৰাহকাৰী, জব্দ ৪১ টা গৰু

বোকাখাতত আটক গৰু সৰবৰাহকাৰী, জব্দ ৪১ টা গৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8