• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাইলৈ ভোটগণনাঃ শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিৰ মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
কাইলৈ ভোটগণনাঃ শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিৰ মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব
Share on FacebookShare on Twitter

পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।

ইতিমধ্যে ভোটগণনা প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰ।

এই কেন্দ্ৰটোত শিৱসাগৰৰ ৩টা সমষ্টিৰ ভোটগণনা কৰা হ’ব।

শিৱসাগৰ, আমগুৰি আৰু থাওৰা এই তিনিটা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব এই কেন্দ্ৰটোত।

এই ৩টা সমষ্টিৰ মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব কাইলৈ।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই তিনিটা সমষ্টিৰ ভোটগণনা কাৰ্যৰ প্ৰথমে পোষ্টেল বেলেটৰ ভোটগণনা কৰা হ’ব।

ভোটগণনাৰ বাবে নিয়োজিত সকলো কৰ্মচাৰীৰ ক’ভিড টেষ্ট সম্পূৰ্ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।

Photo: Headline8

Input: Sanjay Parrek

Tags: assam assembly election ResultCountingSivasagarঅসম বিধানসভা নিৰ্বাচন ফলাফলভোটগণনা কেন্দ্ৰশিৱসাগৰ
Previous Post

ভাল খবৰ! অচিৰেই ঘৰলৈ উভতিব হোমেন বৰগোহাঞি

Next Post

অসমবাসীলৈ সুখবৰ; অসমৰ ‘মঙহ দহাৰ গোন্ধ’ ছুটী ছবি খনলৈ ১১সংখ্যক দাদা চাহেব ফাল্কে ছবি মহোৎসৱৰ বিশেষ বঁটা প্ৰদান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসমবাসীলৈ সুখবৰ; অসমৰ ‘মঙহ দহাৰ গোন্ধ’ ছুটী ছবি খনলৈ ১১সংখ্যক দাদা চাহেব ফাল্কে ছবি মহোৎসৱৰ বিশেষ বঁটা প্ৰদান

অসমবাসীলৈ সুখবৰ; অসমৰ 'মঙহ দহাৰ গোন্ধ' ছুটী ছবি খনলৈ ১১সংখ্যক দাদা চাহেব ফাল্কে ছবি মহোৎসৱৰ বিশেষ বঁটা প্ৰদান

Exit poll কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত; এয়া Exit poll হে Exact Poll নহয়ঃ অপূর্ব কুমাৰ ভট্টাচাৰ্য

Exit poll কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত; এয়া Exit poll হে Exact Poll নহয়ঃ অপূর্ব কুমাৰ ভট্টাচাৰ্য

কেন্দ্ৰীয় মন্ত্ৰী সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান

কেন্দ্ৰীয় মন্ত্ৰী সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8