• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৫৫০০ ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল, কোন সমষ্টিত কোন দল আগবাঢ়িছে?

Manoranjan Majumder by Manoranjan Majumder
May 2, 2021
in অসম, গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
৫৫০০ ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল, কোন সমষ্টিত কোন দল আগবাঢ়িছে?
Share on FacebookShare on Twitter

ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা।

আজি পুৱা ৭ বজাৰ পৰা বিভিন্ন স্থানৰ ষ্ট্ৰংৰূমত আৰম্ভ হৈছে ভোটগণনা।

কটকটীয়া নিৰাপত্তা আৰু ক’ভিড প্ৰট’কল মানি পূৰ্ণগতিত চলিছে ভোটগণনা।

ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ৯৪১ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য় নির্ণয় হ’ব।

কাৰ দখললৈ যাব কোনটো সমষ্টি! ৰাজ্য়ত তিনিটা পর্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্রহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত কোনটো দল কিমান ভোটত আগবাঢ়ি আছে।

বিজেপি+ ৬৪
কংগ্রেছ+২৯
অজাপ+ 0
অন্য়ান্য়ঃ ১

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে হ’বলগীয়া ভোটগ্ৰহণত সামৰি লোৱা হৈছে নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাক।

কোনটো সমষ্টিত, কোনগৰাকীয়ে প্রার্থীয়ে অগ্রগতি লাভ কৰিছেঃ

জালুকবাৰীৰ পৰা ৫০০০ ভোটত হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি
মাজুলীৰ পৰা ২৭০০ ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱাল
তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা ৪০৯১টা ভোটত অগ্ৰগতি লাভ কৰিছে
মহাজোঁটৰ প্ৰাথী আমিনুল ইছলামে ৮৩৩২ ভোটত আগবাঢ়ি আছে
মৰিয়নীৰ ৰমণী তাতীয়ে ১৩১৯টা ভোটত আগবাঢ়ি আছে
টিয়কৰ মিত্ৰজোঁটৰ ৰেনুপমা ৰাজখোৱা ৮৭৫টা ভোটত আগবাঢ়ি আছে

ৰিপুন বৰা, দেবব্ৰত শইকীয়া আৰু ৰূপজ্যোতি কুৰ্মী পিছপৰি আছে।

২৭ মার্চত প্রথম পর্যায়ত, ১ এপ্ৰিলত দ্বিতীয় পর্যায় আৰু ৬ এপ্রিলত হৈছিল তৃতীয় পর্যায়ৰ নির্বাচন।

ইতিমধ্য়ে ৰাজ্য়ৰ প্রতিটো সমষ্টিৰ ভোটগণনা কেন্দ্রসমূহত কটকটীয়া নিৰাপত্তাৰ ব্য়বস্থা গ্রহণ কৰা হৈছে।

Photo: Headline8

Tags: Assamassam assembly election ResultECIঅসমঅসম নিৰ্বাচন আয়োগঅসম বিধানসভা নিৰ্বাচন ফলাফলবিজেপি
Previous Post

ৰাজ্যজুৰি আৰম্ভ হ’ল বহু প্ৰতীক্ষিত অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ভোটগণনা

Next Post

 ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনাত তৃতীয় ৰাউণ্ডত আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টীৰ ৰমণী তাঁতীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনা আৰম্ভ

 ১০১ নম্বৰ মৰিয়নি বিধানসভাৰ সমষ্টিৰ ভোটগণনাত তৃতীয় ৰাউণ্ডত আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টীৰ ৰমণী তাঁতীয়ে

অসম নিৰ্বাচন ফলাফল ২০২১: অখিল গগৈ ১৩৩৩টা ভোটত আগবাঢ়ি আছে

অসম নিৰ্বাচন ফলাফল ২০২১: অখিল গগৈ ১৩৩৩টা ভোটত আগবাঢ়ি আছে

২১ নং মানকাচৰৰ বিধান সভা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা আৰম্ভ

২১ নং মানকাচৰৰ বিধান সভা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8