ক’ভিড সংক্ৰমণ হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাজ্য জুৰি বাহাল থকা কাৰ্ফিউ তথা অন্যান্য বাধ্যবাধকতাত কিছু শিথিলতা অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
সেই অনুসৰি আজি সন্ধিয়া আগবঢ়োৱা হ’ব এখন নতুন SOP ।
SOP ত সন্নিৱিষ্ট হ’বলগীয়া মূল ঘোষণাসমূহ ক্ৰমে- –
১)গুৱাহাটী মহানগৰীত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব কাৰ্ফিউ
২)আন্তঃজিলা যাতায়ত অহা ২২ জুনলৈ বন্ধ থাকিব
৩)৫ খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ’ব।
৪)ৰাজ্যৰ সকলো ধৰ্মীয় স্থান অহা ২২ জুনলৈ বন্ধ থাকিব