• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুখবৰ: Intelligence Bureau ৰ সঞ্চালক পদত অসম সন্তান তপন কুমাৰ ডেকা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 25, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
সুখবৰ: Intelligence Bureau ৰ সঞ্চালক পদত অসম সন্তান তপন কুমাৰ ডেকা
Share on FacebookShare on Twitter

ৰাজ্যবাসীৰ বাবে অতি সুখবৰ। Intelligence Bureauৰ (IB) পৰৱৰ্তী সঞ্চালক হ’ব অসম সন্তান তপন কুমাৰ ডেকা। জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক Intelligence Bureauৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী আদেশ অনুসৰি তেওঁ দুবছৰৰ বাবে আইবিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰে।

তপন কুমাৰ ডেকা হিমাচল প্ৰদেশ কেডাৰৰ এজন ১৯৮৮ বেটছৰ IPS বিষয়া আৰু তেওঁ হৈছে উত্তৰ-পূবৰ প্ৰথম আৰক্ষী বিষয়া যাক Intelligence Bureau (IB)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ৫৮ বছৰীয়া তপন কুমাৰ ডেকাই আইবিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দায়িত্বত আছিল।

Previous Post

২৭ জুনত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Next Post

নিষিদ্ধ ড্ৰাগছসহ এজন সাংবাদিকক গ্ৰেপ্তাৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

নিষিদ্ধ ড্ৰাগছসহ এজন সাংবাদিকক গ্ৰেপ্তাৰ!

‘মোডী@২০ ডিমছ মিট ডেলেভাৰী’ৰ উন্মোচন!

'মোডী@২০ ডিমছ মিট ডেলেভাৰী'ৰ উন্মোচন!

কামাখ্যাত ‘সাধুবাবা’ৰ জোলোঙাত ওলাল কাটাৰ! ৬গৰাকীকৈ মহিলাৰ চেইন চুৰি

কামাখ্যাত 'সাধুবাবা'ৰ জোলোঙাত ওলাল কাটাৰ! ৬গৰাকীকৈ মহিলাৰ চেইন চুৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8