বিধায়ক অশোক কুমাৰ সিংহীক ক’লা পতাকা প্ৰদৰ্শন চাপৰত ।
কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আৰু অসম প্ৰেমী যুৱ সমাজে প্ৰদৰ্শন কৰিলে ক’লা পতাকা ।
চাপৰৰ ৰঙামাটি পঞ্চায়তৰ তেতুলতলাত আধাৰশিলা স্থাপন অনুষ্ঠানত ক’লা পতাকা প্ৰদৰ্শন বিধায়কগৰাকীক ।
২৭নং পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী ।
বিগত পাঁচ বছৰত কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে ।
‘সাম্প্ৰদায়িক ৰাজনীতি নচলিব’ শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে
কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম প্ৰেমী যুৱ সমাজে ।
সংখ্যালঘুৰ ভোট নালাগে বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছতেই বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীক সংখ্যালঘু অঞ্চলত প্ৰদৰ্শন কৰা হয় ক’লা পতাকা