• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২ আগষ্টত ঘোষিত হ’ব পলিটেকনিক এডমিশ্যন টেষ্টৰ ফলাফল

নিউজ ডেস্ক by নিউজ ডেস্ক
August 1, 2022
in অসম, শিক্ষা, সংবাদ
1 min read
0
২ আগষ্টত ঘোষিত হ’ব পলিটেকনিক এডমিশ্যন টেষ্টৰ ফলাফল
Share on FacebookShare on Twitter

‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ ২০২২ৰ ফলাফল ২ আগষ্টত ঘোষণা কৰা হ’ব বুলি টুইটাৰযোগে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে।

উল্লেখ্য যে, যোৱা ২৪ জুলাইত অনুষ্ঠিত হোৱা এই ‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ৰ ফলাফল ডিৰেক্টৰেট অৱ টেকনিকেল এডোকেশ্যন (DTE), আছাম পেজত উপলব্ধ হ’ব।

#ImportantAnnouncement 👇🏽
The results of Polytechnic Admission Test (PAT) 2022 will be declared on August 2.

It will be available online at https://t.co/IzTlnF93zC from 2nd August, 2022, after 4 pm. @himantabiswa @CMOfficeAssam @mygovassam pic.twitter.com/GgREUwSe4e

— Ranoj Pegu (@ranojpeguassam) July 30, 2022

dte.assam.gov.in. এই লিংকত গৈ পৰীক্ষাৰ্থী সকলে নিজৰ ফলাফল সমূহ চাব পাৰিব। আবেলি ৪ বজাত লিংকটোত ফলাফল উপলব্ধ হ’ব। আনহাতে পৰীক্ষা সংক্ৰান্তিয় আন কিছু তথ্যও লিংকটোত গৈ পৰীক্ষাৰ্থীসকলে চাব পাৰিব।

অফিচিয়েল ৱেবচাইট dte.assam.gov.in ত গৈ ‘Polytechnic Admission Test- 2022 লিংকত ক্লিক কৰি নিজৰ ৰোল নম্বৰ দাখিল কৰাৰ লগে লগে কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত দেখা পাব পৰীক্ষাৰ ফলাফল।

Previous Post

মহানগৰীৰ পল্টন বজাৰত আৰক্ষীৰ বৃহত্‍ পৰিমাণৰ গাঞ্জা জব্দ

Next Post

মণিপুৰত ভয়ংকৰ অগ্নিকাণ্ড! ভষ্মীভূত চি.আই.ডিৰ কাৰ্যালয়

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
মণিপুৰত ভয়ংকৰ অগ্নিকাণ্ড! ভষ্মীভূত চি.আই.ডিৰ কাৰ্যালয়

মণিপুৰত ভয়ংকৰ অগ্নিকাণ্ড! ভষ্মীভূত চি.আই.ডিৰ কাৰ্যালয়

বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ হিন্দু যুৱ-ছাত্ৰৰ

বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ হিন্দু যুৱ-ছাত্ৰৰ

নিলম্বন প্ৰত্যাহাৰ কৰা হ’ল ৪ কংগ্ৰেছী সাংসদৰ

নিলম্বন প্ৰত্যাহাৰ কৰা হ'ল ৪ কংগ্ৰেছী সাংসদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8