- গুৱাহাটীত নিশা বিধ্বংসী অগ্নিকাণ্ড।
- গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰী নগৰত সংঘটিত হৈছে এই ঘটনা।
- অম্বিকাগিৰী নগৰৰ ত্রিবেণী পথৰ হাউচ নং ৬৪ত এই অগ্নিকাণ্ড।
- সিদ্ধাৰ্থ শইকীয়া নামৰ লোকজনৰ কথমপি প্রাণৰক্ষা ।
- বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
- কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন।