• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জিৰো সংগীত মহোৎসৱ উপভোগ কৰক ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰৰ সৈতে

নিউজ ডেস্ক by নিউজ ডেস্ক
September 27, 2022
in উত্তৰ পূৰ্বাঞ্চল, মনোৰঞ্জন
1 min read
0
জিৰো সংগীত মহোৎসৱ উপভোগ কৰক ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰৰ সৈতে
Share on FacebookShare on Twitter

বিগত কিছু বছৰত আমি প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ ব্যাকুল হৈ পৰিছোঁ। আমাৰ মন-মগজু আৰু আত্মাক সুস্থ কৰি আমাৰ ইন্দ্ৰিয় সক্ৰিয় কৰি তুলিব পৰা অভিজ্ঞতাৰ সন্ধান কৰাটো আমাৰ নিৰ্বাচিত তালিকাৰ শীৰ্ষত আছে। এনে এক গন্তব্যস্থল হৈছে অৰুণাচল প্ৰদেশৰ জিৰো উপত্যকাত অনুষ্ঠিত হৈ অহা দেশৰ ভিতৰতে আটাইতকৈ সেউজীয়া আৰু সৰ্বোত্তম আউটডোৰ মিউজিক ফেষ্টিভেল। দুটা দীঘলীয়া বছৰৰ বিৰতিৰ পিচত পুনৰ ঘূৰি আহিছে জিৰো সেগীত মহোৎসৱ আৰু ইয়াৰ সচেতন সহযোগী হিচাপে আছে ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰ, যিয়ে এই মিউজিক ফেষ্টিভেলক অধিক বৃহৎ আৰু অধিক উপভোগ্য কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছে।

২ বছৰৰ দীঘলীয়া সময়ৰ পিচত অনুষ্ঠিত হ’বলগা এই ৪ দিনীয়া সংগীত মহোৎসৱ হৈ পৰিব প্ৰথমটো বিগ-টিকেট মিউজিক ফেষ্টিভেল। জিৰোৰ সংগীত মহোৎসৱে বিশ্বৰ সংগীতৰ জগতখনৰ পৰা আটাইতকৈ প্ৰামাণিক অভিব্যক্তিসমূহ কঢ়িয়াই আনি সকলোকে অনুপ্ৰাণিত কৰিব আৰু স্থানীয় তথা গ্লবেল ইণ্ডি প্ৰতিভাসমূহৰ বাবে এখন সঠিক মঞ্চ প্ৰদান কৰিব। এই প্ৰচেষ্টাত উৎসৱৰ অংশীদাৰ হৈছে ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰ, যিয়ে এখন নেদেখা, নোপোৱা পৃথিৱীৰ পিচতে দৌৰি থকাৰ বিপৰীতে নিজৰ স্বকীয়তা বজাই ৰখা লোকৰ জীৱন উদযাপন কৰে আৰু সেয়ে তেওঁলোকৰ নিজা ছিগনেচাৰ লাভ কৰে ।
এই মহোৎসৱত দৰ্শকে এনেধৰণৰ প্ৰথমে ছিগনেচাৰ ডেনি (ডে’) ষ্টেজ দেখিবলৈ পাব, যি হৈছে এই অঞ্চলটোৰ জনজাতিসকলৰ চহকী ঐতিহ্যৰ উদযাপন। ইয়াত প্ৰাণবন্ত ড° ডেকলান অপ্পেনহেইমাৰ, বিদূষী ড° কমলা শংকৰ “দা ছিংগিং লেডী” আৰু তাইৰ শাস্ত্ৰীয় গীটাৰ পৰিবেশন, লোক আৰু ৰক সংগীতৰ সংমিশ্ৰণৰ জৰিয়তে ডেভিড অংগুৰ আপাতনি জনজাতিৰ পুৰণি লোক সংগীত আৰু খাচী মিউজিক লাইভৰ অনন্য ছন্দ আৰু শব্দৰ সংমিশ্ৰণেৰে ডা মিন্টোৰ ছাউণ্ডস্কেপৰ দৰে জনপ্ৰিয় ইণ্ডি শিল্পীৰ অনুষ্ঠান পৰিবেশন কৰা হ’ব। ডেনি (জনজাতীয় ভাষাত সূৰ্য্য ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত) পৰ্যায়ে ছিগনেচাৰৰ বহনক্ষমতাৰ প্ৰতি থকা দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব কাৰণ ইয়াক প্ৰাকৃতিকভাৱে উপলব্ধ বাঁহৰ পৰা নান্দনিকভাৱে নিৰ্মাণ কৰা হ’ব, যাৰ ফলত উপত্যকাৰ চাৰিওফালে থকা বিচিত্ৰ সম্প্ৰদায়সমূহক শ্ৰদ্ধা জনোৱা হ’ব।

এই সময়ছোৱাত জিৰোলৈ যাত্ৰা কৰাসকলে বহুৰঙী ধাননি পথাৰ, পূৱ হিমালয়ৰ ৰেঞ্জ আৰু চিৰ আদৰণীয় স্থানীয় লোক আৰু আপাতানি জনজাতিৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰি উৎসৱৰ সময়ছোৱাক অধিক ৰসাল কৰি তুলিব পাৰিব। জিৰো সংগীত মহোৎসৱ আৰু ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰ দুয়োয়ে এক সেউজীয়া ধৰণী আৰু জনসাধাৰণক প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই কথা মনত ৰাখিয়েই ছিগনেচাৰে উৎসৱত প্লাগিং ৰাতিপুৱাৰ আয়োজন কৰিব, যি হ’ব নিজা সৃষ্ট আৱৰ্জনাৰ দায়িত্ব নিজে লোৱাৰ আৰু কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলোৱাৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ এক কাৰ্য্য। ছিগনেচাৰে লগতে উৎসৱত এক অনন্য ৰূপত বাঁহ স্থাপন কৰাৰ ব্যৱস্থাও মুকলি কৰিছে, যাক ব্যৱহৃত গ্লাছেৰে নিৰ্মাণ কৰা হ’ব আৰু এনেদৰে উৎসৱত সামগ্ৰীক পুন:ব্যৱহাৰ উপযোগী কৰি তুলি শিল্পৰ সৃষ্টি কৰা হ’ব। জিৰোত অতিথিপৰায়ন আপাতনি জনজাতিৰ সৈতে ছিগনেচাৰৰ সংঘবদ্ধতাৰ জৰিয়তে সকলোৱে কোনো লেখ-জোখ নথকাকৈ আনন্দ উপভোগ কৰিব পাৰিব।

ডিয়েজিঅ’ ইণ্ডিয়াৰ বিপণণ বিভাগৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু ৰুচীৰা জেটলিয়ে কয়,”ছিগনেচাৰে এই কথা বিশ্বাস কৰে যে আমি প্ৰকৃতিৰ শ্ৰেষ্ঠত্ব উপভোগ কৰাৰ সময়তে বহন ক্ষমতাৰ হোৱাৰ এক সামগ্ৰিক দৃষ্টিভংগীৰ বাবে আমি প্ৰকৃতিলৈ প্ৰতিদান আগবঢ়োৱাতোও অত্যন্ত জৰুৰী। সেয়েহে জিৰো সংগীত মহোৎসৱৰ সৈতে সহযোগিতা স্থাপন কৰাটো ব্ৰেণ্ডটোৰ বাবে অতি উত্তম আছিল, কিয়নো আৱিষ্কাৰ কৰা আৰু প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ লগতে এক ইতিবাচক স্বাক্ষৰ এৰি যোৱাতোও আমাৰ প্ৰধান উদ্দেশ্য। জিৰো সংগীত মহোৎসৱৰ সচেতন সহযোগী হিচাপে শিল্পীসকলক পেলনীয়া সামগ্ৰীক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলি বাঁহেৰে নিৰ্মাণ কৰা এখন সঠিক মঞ্চ প্ৰদান কৰাৰ লগতে উপস্থিতসকলক প্লগিঙত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিম। আমাৰ গ্ৰাহকৰ বাবে উপভোগ্য আৰু মননশীল ভাৰতৰ এক অনন্য প্ৰান্তত এক স্মৰণীয় ক্ষণৰ বাবে জিৰোৰ সৈতে সহযোগিতা স্থাপন কৰিবলৈ পাই আনন্দিত ছিগনেচাৰ।“ ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে এখন অধিক সেউজীয়া ধৰণী নিশ্চিত কৰি সকলোকে প্ৰকৃতিৰ প্ৰামাণিক অভিজ্ঞতাসমূহৰ সৈতে পুনৰ সংযোগ আৰু উল্লাসিত হ’বলৈ আহ্বান জনাইছে।

Previous Post

চৰকাৰৰ মহিমা! ৮ হাজাৰ টকাহে লাভ কৰিব ১,৫৩৯ গৰাকীয়ে

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ
মনোৰঞ্জন

নিশা ২ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ

January 22, 2023
ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান
মনোৰঞ্জন

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা প্ৰাণজিত দাসৰ দেহাৱসান

January 22, 2023
PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ’ গুৰুত্ব
উত্তৰ পূৰ্বাঞ্চল

PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ’ গুৰুত্ব

January 21, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব ৩০ ছেপ্টেম্বৰত!

শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব ৩০ ছেপ্টেম্বৰত!

দেশত নিষিদ্ধ ঘোষিত হ’ল PFI

দেশত নিষিদ্ধ ঘোষিত হ'ল PFI

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8