• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক

নিউজ ডেস্ক by নিউজ ডেস্ক
December 23, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক
Share on FacebookShare on Twitter

নিবনুৱা সমস্যা আৰু অসম…
যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। চাকৰিৰ অভাৱত বহু নিৱনুৱাই বহি: ৰাজ্যলৈ ঢাপলি মেলিছে। হয়তো অসমৰ এই ভয়ংকৰ সমস্যাৰ বাবেই অসম চৰকাৰৰ Skill Employment and Enterprenership ৰ তত্বাৱধানত প্ৰতিখন জিলাতেই আয়োজন কৰিছিল এখন নিয়োগ মেলা।
এই নিয়োগ মেলাৰ বাবে বহু লোক ওলাই আহিছিল মাথো এটা চাকৰিৰ বাবে। এই নিয়োগ মেলাখনেই প্ৰমাণ কৰিলে অসমৰ নিবনুৱা লোকৰ ভয়ংকৰ সংখ্যা? নিয়োগ মেলাত বৃহস্পতিবাৰে লাখ লাখ লোকৰ সমাগম দেখিবলৈ পোৱা গ’ল । বহু আশা লৈ ওলাই আহিল লক্ষাধিক নিৱনুৱা।
কিন্তু কিমান ফলপ্ৰসূ হ’ল এই নিয়োগ মেলা? পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই মেলাখনত কিমানক দিয়া হ’ল নিযুক্তি ?
অতি পৰিতাপৰ বিষয়, এই মেলাখনত অংশ লবলৈ যোৱা চাকৰি প্ৰত্যাশী নিবনুৱা সকলে বিমুখ হৈ ঘূৰি আহিবলগীয়া হ’ল। লকডাউনে বহু লোকৰ সংস্থাপনৰ বাট বন্ধ কৰি দিয়াৰ সময়তে এই নিয়োগ মেলাই বিভিন্নজনৰ বাবে সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ প্ৰত্যাশা কৰা হৈছিল যদিও বাস্তৱত পোৱা গ’ল এখন নিৰাশাজনক ছবি৷
বিভিন্ন প্ৰান্তত সংঘটিত হ’ল অপ্ৰীতিমূলক ঘটনা। বিভিন্ন জনে নিয়োগ মেলাৰ পৰিস্থিতিৰ বিষয়ে বহু নিবিচৰা মন্তব্য আগবঢ়ালে। এই নিয়োগ মেলাত প্ৰকাশ পালে এখন ভয়ংকৰ ফটো। যিখন দুখলগা ফটোত প্ৰাৰ্থীসকলে চাকৰিৰ বাবে দিয়া আবেদন মাটিত পৰি থকা দেখিবলৈ পোৱা গ’ল ।
এই ভয়ংকৰ ফটোখনৰ পিছতেই দেখা গল নিয়োগ মেলাৰ প্ৰকৃত স্বৰূপ ।

Previous Post

বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন

Next Post

মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

আজি অসম বিধানসভাত ভাষণ প্ৰদান কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

আজি অসম বিধানসভাত ভাষণ প্ৰদান কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

আইপিএছ বিষয়া ইদাশিশা নংৰাং মেঘালয়ৰ নৱ কাৰ্যকৰী আৰক্ষী সঞ্চালক প্ৰধান

আইপিএছ বিষয়া ইদাশিশা নংৰাং মেঘালয়ৰ নৱ কাৰ্যকৰী আৰক্ষী সঞ্চালক প্ৰধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8