• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ইক’ফাইনান্সৰ “মেগা লোণ মেলা”

নিউজ ডেস্ক by নিউজ ডেস্ক
December 1, 2022
in সংবাদ, অসম, ব্যৱসায়
1 min read
0
ইক’ফাইনান্সৰ “মেগা লোণ মেলা”
Share on FacebookShare on Twitter

ক’ভিড মহামাৰীয়ে সংস্থাপনৰ দিশত বহুখিনি ঋণাত্মক প্রভাৱ পেলোৱাৰ ফলস্বৰূপে এতিয়াও যিসকল যুৱক-যুৱতীয়ে সংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ বাবে ইক’ ফাইনেন্সে ঘোষণা কৰিলে “মেগা লোণ মেলা”। ক’ভিডৰ পাছত প্ৰথমবাৰৰ বাবে যি সকল যুৱক-যুৱতী আৰু কৃষকে ইলেক্ট্রিক থ্রি-হুইলাৰ আৰু এগ্রিকালচাৰ মেচিনাৰী কিনিবলৈ চিন্তা কৰিছে, তেওঁলোকৰ নিমিত্তে অনুষ্ঠিত কৰা হয় “মেগা লোণ মেলা”।

এই লোণ মেলাৰ সময়ছোৱাত ইক’ ফাইনান্সে (অমশক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড) কে.ৱাই.চি নথি-পত্ৰত স্পট ফাইনান্স আগবঢ়াব। একে সময়তে, যদি ঋণকাৰীয়ে তিনি মাহৰ ভিতৰতে ঋণৰ ধন ঘূৰাই দিয়ে, তেন্তে তেওঁলোকৰ পৰা কোনো সুত লোৱা নহ’ব। এক সংবাদমেল অনুষ্ঠিত কৰি মেগা লোণ মেলা পতাৰ
কথা ঘোষণা কৰি ইক’ ফাইনান্স (অমশক্তি কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড)-ৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে কয় যে অহা ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰ, ২০২২ তাৰিখলৈ এই ঋণ মেলাৰ সুবিধা ইক’ ফাইনান্সৰ গুৱাহাটী, ৰঙিয়া, নলবাৰী, গোৱালপাৰা, বৰপেটা, ধুবুৰী, মঙলদৈ, তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু যোৰহাট শাখাত উপলব্ধ হ’ব।

Previous Post

আনন্দ শৰ্মাৰ অস্ত্রোপচাৰ সম্পন্ন

Next Post

CRPF ৰ উদ্যোগত স্বচ্ছতা পষেক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
CRPF ৰ উদ্যোগত স্বচ্ছতা পষেক

CRPF ৰ উদ্যোগত স্বচ্ছতা পষেক

NCC ৰ উত্তৰ পূবৰ মুৰব্বী হিচাপে মেজৰ জেনেৰেল গগন দ্বীপৰ কাৰ্যভাৰ গ্ৰহণ

NCC ৰ উত্তৰ পূবৰ মুৰব্বী হিচাপে মেজৰ জেনেৰেল গগন দ্বীপৰ কাৰ্যভাৰ গ্ৰহণ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8