• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 24, 2023
in সংবাদ, গুৱাহাটী
1 min read
0
দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ
Share on FacebookShare on Twitter

দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ বিৰুদ্ধে চলাই অহা আন্দোলনৰ অন্যতম গুৰি ধৰোতা মাণিক চন্দ্ৰ ভাগৱতীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি ২১ জানুৱাৰীত দীপৰ বিলৰ পাৰত বন বিভাগৰ পক্ষী নিৰীক্ষণ চৌহদত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সভাপতি তৰুণ বৰগোহাঁয়ে আৰু আঁত ধৰে সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰে।

সভাৰ আৰম্ভণিতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা আৰু চাকি-ধুপ-পুষ্পৰে স্মৃতি তৰ্পণ কৰা হয়। সভাত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সম্পাদক সুশীল টেৰণ, সমাজসেৱক ভূমিধৰ দাস, উৎপল কুমাৰ দাসকে ধৰি কেবাজনেও প্রয়াত মাণিক চন্দ্ৰ ভাগৱতীৰ চেষ্টাত গঢ় লৈ উঠা ‘ডাম্পিং গ্রাউণ্ড বিৰোধী আন্দোলন’ তীব্ৰতৰ কৰাৰ পোষকতা কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নীতি উলংঘা কৰি স্থাপন কৰা পশ্চিম বৰাগাঁৱৰ বেলতলৰ ডাম্পিং গ্রাউণ্ড বন্ধ কৰাৰ লগতে দীপৰ বিল ৰক্ষা কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। সভাতে মাণিক চন্দ্ৰ ভাগৱতীৰ সহধৰ্মিনী বুলু ভাগৱতীৰ সম্পাদনাত প্ৰকাশ কৰা ‘অসমৰ বিহু সংস্কৃতি আৰু সমাজ’ নামৰ গ্ৰন্থখন বিতৰণ কৰা হয়৷ বুলু ভাগৱতীয়ে দীপৰ বিলত প্ৰদূষিত পানীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ ওপৰত ৰচনা কৰা এটা কবিতা পাঠ কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে।

Previous Post

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

Next Post

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8