ক্ৰিকেটৰ ভগৱান ৰূপে খ্যাত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন
তেণ্ডুলকাৰক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
তেওঁ টুইটাৰযোগে ক’লে যে, চিকিৎসকৰ পৰামৰ্শত তেওঁ হাস্পতালত ভৰ্তি হৈছে।
উল্লেখযোগ্য যে, কিছুদিন পূর্বে তেওঁ ক’ৰোনা পজিটিভ ওলাইছিল।
২৭ মাৰ্চৰ পৰা হোম কোৱাৰাণ্টাইনত আছিল শচীন।
Photo Credit: Google