• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কৃত হ’ল কংগ্ৰেছ নেতা!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 9, 2022
in ৰাজনীতি, অসম
1 min read
0
এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কৃত হ’ল কংগ্ৰেছ নেতা!
Share on FacebookShare on Twitter
এটা চুমাই কাল হ’ল এজন কংগ্ৰেছ নেতাৰ। বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল কংগ্ৰেছৰ এজন নেতা। কামৰূপ গ্ৰাম্যৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক বহিষ্কাৰ। ৬ বছৰৰ বাবে বহিষ্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে ছাহজাহান আলীলৈ৷
উল্লেখ্যা যে, ৭ ডিচেম্বৰত বদৰুদ্দিন আজমলে কাছুমাৰাত আয়োজিত জন সমাৱেশত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত সোণতলীস্থিত ছাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাই ছাহজাহান আলীৰ সৈতে এক বিশেষ বৈঠকত বহিছিল৷
বৈঠকৰ অন্তক ছাহজাহানক ৰাজহুৱা ভাৱে চুমা খাইছিল বদৰুদ্দিন আজমলে৷ তাৰ পিছতেই সমগ্ৰ কংগ্ৰেছ মহলত জোকৰণিৰ সৃষ্টি হৈছিল৷ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰে৷
Previous Post

জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

ৰহাৰ জোঙাল বলহুত ভয়াৱহ দুৰ্ঘটনাত নিহত দুজন

নিশা মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিল এখন i10 বাহন

নিশা মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিল এখন i10 বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8