• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2022
in ৰাজনীতি, সংবাদ, স্বাস্থ্য
1 min read
0
চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী
Share on FacebookShare on Twitter

অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতি সাধন বুলি দাবী কৰি অহাৰ সময়তে আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটীৰ পৌৰ এলেকাৰ ১ নং ৱাৰ্ডৰ গুৰুত্বপূৰ্ণ গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়খন তিনি সপ্তাহৰো অধিক দিন ধৰি চিকিৎসক অবিহনে চলি থকা ঘটনাই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। প্ৰাপ্ত খবৰ মতে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়খনৰ একমাত্ৰ চিকিৎসক ডাঃ আশীষ শৰ্মাৰ পদোন্নতি হোৱাত বিভাগীয় নিৰ্দেশনা অনুসৰি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত তেওঁ দৰং জিলাৰ চিৰাজুলি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নতুন পদত গৈ যোগদান কৰে।

বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই তেওঁৰ বিপৰীতে কোনো চিকিৎসকক নিযুক্তি নিদিয়াত বিগত তিনি সপ্তাহৰো অধিক দিন ধৰি চিকিৎসক অবিহনে চলি আছে চিকিৎসালয়খন। ফলত ১ নং ৱাৰ্ডৰ উপৰিও গাতে লগা ২ নং ৱাৰ্ডৰো এক বৃহত্তৰ অঞ্চলৰ ৰাইজ স্বাস্থ্যসেৱা লাভ কৰাৰ পৰা বঞ্চিত হব লগা হৈছে। লক্ষণীয়ভাবে চিকিৎসক নোহোৱাত আন স্বাস্থ্যকর্মী সকলে হামিয়াই হেকেতিয়াই সময় পাৰ কৰিবলগীয়া হৈছে। যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে স্বাস্থ্য বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক শীঘ্ৰে চিকিৎসক নিযুক্তি দিয়াৰ লগতে এইক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হস্তক্ষেপ কামনা কৰিছে।

Previous Post

৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

Next Post

প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ

৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8