• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই

নিউজ ডেস্ক by নিউজ ডেস্ক
November 9, 2022
in ক্ৰীড়া, অসম, আন্তৰ্জাতিক, সংবাদ
1 min read
0
পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই
Share on FacebookShare on Twitter

অসমৰ প্ৰাক্তন সাতোঁৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাতোঁৰিবলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাতোঁৰবিদজনে ইংলিচ চেনেল সাতোঁৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণমান দুৰত্বৰ বাবে ব্যৰ্থ হৈছিল। তাৰপাছতো আশা এৰি দিয়া নাই এলভিছে। এলভিছে অহাবৰ্ষৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেল সাতোঁৰাৰ চেষ্টা কৰিব। পূৰ্বতে এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত ‘ৱান ৱে ছুইম’ কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ ‘টু ৱে ছুইম’ কৰিব। অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাতোঁৰৰ মূঠ দুৰত্ব হ’ল ৭৮ কিলোমিটাৰ।এই ৰীলে সাতোঁৰত প্ৰতিগৰাকী সন্তৰণবিদক এটা নিদিষ্ট দুৰত্ব সাতোঁৰিবলৈ দিয়া হ’ব।

আজি এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি এলভিছে কয় যে ইংলিছ চেনেল সাতোঁৰাৰ বাবে প্ৰয়োজন হ’ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে এলভিছ আলী হাজৰিকাই। স্মৰ্তব্য যে, চলিত ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাতোঁৰিবলৈ সক্ষম হৈছিল সাতোঁৰবিদজনে। আজিৰ সংবাদলমেলত অসম অলিম্পিক সন্থাৰ উপসভাপতি ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈ আৰু সুবোধ মল্ল বৰুৱা, কামৰূপ মহানগৰৰ ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি কলিতা তথা অসম অলিম্পিক সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

Previous Post

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Next Post

সুখবৰ! বেলতলা মহাবিদ্যালয়ে লাভ কৰিলে ‘নাক’ৰ দ্বাৰা ‘ বি+’ গ্ৰেড

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
সুখবৰ! বেলতলা মহাবিদ্যালয়ে লাভ কৰিলে ‘নাক’ৰ দ্বাৰা ‘ বি+’ গ্ৰেড

সুখবৰ! বেলতলা মহাবিদ্যালয়ে লাভ কৰিলে 'নাক'ৰ দ্বাৰা ' বি+' গ্ৰেড

বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ হ’বই লাগিব!

বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ হ'বই লাগিব!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8