• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 20, 2022
in News, অসম, ৰাজনীতি, সংবাদ
0
নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ
Share on FacebookShare on Twitter

বেকী নদীৰ গৰাখহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব ৰাজ্য চৰকাৰ ৷ বৃহস্পতিবাৰে বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত বৃহস্পতিবাৰে কৰাৰকুৰ বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে । বেকী নদীৰ গৰাখহনীয়াই আংশিকভাৱে উটুৱাই নিয়া দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথ তথা নৈৰ কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি সেই অঞ্চলৰ সমস্যাসমূহ বুজ লয় বিধায়কগৰাকীয়ে ৷

নৈ কাষৰীয়া এই অঞ্চলৰ মূল সমস্যা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দাবী জনায় অখিল গগৈয়ে ৷

ইয়াৰ উপৰি তেওঁ কয় যে, ১২০ কোটি টকীয়া আঁচনিৰ নিবিদা পাচ কৰি কাম কৰোতে বহু সময় লাগিব । সেয়ে সেই আঁচনিৰ বাবে অপেক্ষা কৰি থাকিলে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ব্যাপক ক্ষতি হ’ব । গতিকে তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে । অন্যথা বেকী নদীৰ গৰাখহনীয়াত ৰাইজৰ ক্ষতি হ’লে চৰকাৰ জগৰীয়া হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷আনহাতে,ৰাজ্যৰ ভিন্ন অঞ্চলত চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অখিল গগৈয়ে ৷ এই উচ্ছেদ কাৰ্য বিজেপিৰ এক ৰাজনৈতিক হাথিয়াৰ বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ।

Previous Post

লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ নতুন গোচৰ

Next Post

আলফা(স্বা)ৰ সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
আলফা(স্বা)ৰ সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

আলফা(স্বা)ৰ সমৰ্থনৰ অভিযোগত গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

৫৬ বছৰীয়া ব্যক্তিৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ

৫৬ বছৰীয়া ব্যক্তিৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8