- গুৱাহাটী ৰেলৱে ষ্টেচনত আৰক্ষীয়ে জব্দ কৰিছে দুটাকৈ সোণৰ বিস্কুট।
- ৰাজধানী এক্মপ্ৰেছত জব্দ হোৱা বিস্কুট দুটাৰ ওজন প্ৰায় ৩২৩ গ্ৰাম।
- ডিমাপুৰৰ পৰা চেন্নাইলৈ সৰবৰাহ কৰি থকা অৱস্থাতে এজন সৰবৰাহকাৰীসহ সোণৰ বিস্কুট দুটা আৰক্ষীয়ে জব্দ কৰে।
- সোণৰ বিস্কুট দুটা পেন্টৰ পকেটত ভৰাই সৰবৰাহ কৰিছিল সৰবৰাহকাৰীয়ে।
- সোণৰ বিস্কুট দুটাৰ মূল্য প্ৰায় ১৫ লাখ টকা৷
- সৰবৰাহকাৰী জনক তামিলনাডুৰ মহম্মদ মহিউদ্দিন বুলি জানিব পৰা গৈছে।
- GRP আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷