• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৰুণাচলৰ ভূমিস্খলনত আহত দুই সাংবাদিক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 20, 2022
in News, অসম, সংবাদ
1 min read
0
অৰুণাচলৰ ভূমিস্খলনত আহত দুই সাংবাদিক
Share on FacebookShare on Twitter

বিগত কেইবাদিন ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে হৈ আছে ধাৰাষাৰ বৃষ্টিপাত ৷ ফলত ভিন্ন অঞ্চল এতিয়া বুৰ গৈছে পানীত ৷ আনকি কিছু কিছু অঞ্চলত ভূমিস্খলনো হোৱা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতে শুকুৰবাৰে অৰুণাচলৰ চেঁচাত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ এই ভূমিস্খলনৰ ফলত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অসমৰ দুগৰাকী সাংবাদিক আহত হয় ৷ তথ্য অনুসৰি,শুকুৰবাৰে তেজপুৰৰ সাংবাদিক এটা দল অৰুণাচলৰ নেচিফুত বাতৰি সংগ্ৰহৰ বাবে গৈছিল ৷

সাংবাদিকৰ দলটো গৈ থকা অৱস্থাত এটা প্ৰকাণ্ড পাথৰ আহি গাড়ীত পৰে ৷ ফলত দুজনকৈ সাংবাদিক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, অত্যাধিক বৰষুণৰ বাবেই অৰুণাচলৰ সমগ্ৰ পথছোৱাত হৈ আছে ভূমিস্খলনৰ ঘটনা ।

Previous Post

মহানগৰীত ঘৰৰ মালিকক দাৰে ঘপিয়াই হত্যা ভাড়াতীয়াৰ

Next Post

গুৱাহাটীৰ অভিজাত বিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে যৌন নিৰ্যাতনৰ অভিযোগ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীৰ অভিজাত বিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে যৌন নিৰ্যাতনৰ অভিযোগ!

গুৱাহাটীৰ অভিজাত বিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে যৌন নিৰ্যাতনৰ অভিযোগ!

ফিফা ফুটবল বিশ্বকাপত থাকিব মহিলা ৰেফাৰী!

ফিফা ফুটবল বিশ্বকাপত থাকিব মহিলা ৰেফাৰী!

হাৰ্দিক পেটেলৰ কংগ্ৰেছ ত্যাগ – বিজেপিয়ে কেনেকৈ ঘূৰাব ভাগ্যৰ চকৰি!

হাৰ্দিক পেটেলৰ কংগ্ৰেছ ত্যাগ – বিজেপিয়ে কেনেকৈ ঘূৰাব ভাগ্যৰ চকৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8