- মৰিগাঁৱত সামগ্ৰী বিতৰণত বৃহৎ কেলেংকাৰী।
- কুশতলী সমবায় আৰু টেঙাগুৰি সমবায় সমিতিত অপৰাধ শাখাৰ অভিযান।
- সামগ্ৰী বিতৰণৰ লেনদেনৰ কোনো তথ্য নাই সমিতিৰ হাতত।
- ৰাইজক বিতৰণ কৰিবলগীয়া চাউল মজুত কৰি ৰখাৰ অভিযোগ সমবায় সমিতিৰ ওপৰত।
- টেঙাগুৰি সমবায় সমিতিৰ পৰা অপৰাধ শাখাই ৮৪৫ কুইন্টল চাউল জব্দ কৰে।
- কুশতলী সমবায় সমিতিৰ পৰা অপৰাধ শাখাৰ অভিযানত জব্দ ৫৩৬ কুইণ্টল চাউল।