Tag: Assam Government

পুনৰ দাম বৃদ্ধি হ’ল এল পি জি গেছ চিলিণ্ডাৰৰ

পুনৰ দাম বৃদ্ধি হ’ল এল পি জি গেছ চিলিণ্ডাৰৰ

পুনৰ বাঢ়িল এলপিজি গেছ চিলিণ্ডাৰৰ দাম।জুলাই মাহৰ প্ৰথম দিনটোতে চৰকাৰী তেল কোম্পানীবোৰে ঘৰুৱা এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য ২৫.৫০ টকা বৃদ্ধি ...

কেবিনেট বৈঠকঃ লোৱা হ’ল কেতবোৰ  বিশেষ সিদ্ধান্ত

কেবিনেট বৈঠকঃ লোৱা হ’ল কেতবোৰ বিশেষ সিদ্ধান্ত

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক।বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।মূখ্য সিদ্ধান্তসমূহ হ'ল- - - ১)সশস্ত্ৰ বেটেলিয়নৰ কনিষ্টবলৰ ...

এ পি এছ চি কেলেংকাৰীঃ নতুনকৈ তিনিজনলৈ জাননী প্ৰেৰণ তদন্ত আয়োগৰ

এ পি এছ চি কেলেংকাৰীঃ নতুনকৈ তিনিজনলৈ জাননী প্ৰেৰণ তদন্ত আয়োগৰ

এ পি এছ চি কেলেংকাৰীৰ তদন্ত পূৰ্ণগতিত চলিছে।ইয়াৰ মাজতে আজি তদন্ত আয়োগে পুনৰাই তিনিজন বিষয়ালৈ জাননী জাৰি কৰিছে। তেওঁলোক ক্ৰমে ...

তৎপৰ বনমন্ত্ৰীঃ বন বিভাগৰ মাটি বে-দখল মুক্ত কৰাৰ নিৰ্দেশ

তৎপৰ বনমন্ত্ৰীঃ বন বিভাগৰ মাটি বে-দখল মুক্ত কৰাৰ নিৰ্দেশ

  বনমন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যই কালি কামৰূপ জিলাৰ বন, আবকাৰী আৰু মীন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰি জিলাখনৰ ১৬০হেক্টৰ মাটি বেদখলমুক্ত ...

দুৰ্ঘটনাবশতঃ গুলীয়াই মাৰিলে বাঘঃ নিলম্বিত বনকৰ্মী

দুৰ্ঘটনাবশতঃ গুলীয়াই মাৰিলে বাঘঃ নিলম্বিত বনকৰ্মী

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই মঙলবাৰে এটা ৰয়েল বেংগল টাইগাৰ গুলিয়াই হত্যা কৰাৰ অভিযোগত উদ্যানখনৰ এজন কৰ্মচাৰীক নিলম্বন ...

শীঘ্ৰেই ৮০ হাজাৰ খালী পদত হ’ব নিযুক্তিঃ নিবনুৱাৰ বাবে সুখবৰ

শীঘ্ৰেই ৮০ হাজাৰ খালী পদত হ’ব নিযুক্তিঃ নিবনুৱাৰ বাবে সুখবৰ

সোমবাৰে জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত আৰু প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতিত এক লাখ নিযুক্তি সম্পৰ্কীয় ...

এপিএছচি কেলেংকাৰী:তদন্ত আয়োগে তলব  কৰিছে প্ৰাক্তন ডি আই জি পুত্ৰ আৰু সাংবাদিকৰ আত্মীয় সহ কেইবাজনক

এপিএছচি কেলেংকাৰী:তদন্ত আয়োগে তলব কৰিছে প্ৰাক্তন ডি আই জি পুত্ৰ আৰু সাংবাদিকৰ আত্মীয় সহ কেইবাজনক

পুনৰ চৰ্চালৈ আহিছে ৰাজ্য কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ অনিয়মৰ প্ৰসংগ৷অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিৰ আন এক নতুন অধ্যায় মুকলি ...

সততাৰ পুৰস্কাৰঃবৰছিং বে’ক কনিষ্টবললৈ পদোন্নতি

সততাৰ পুৰস্কাৰঃবৰছিং বে’ক কনিষ্টবললৈ পদোন্নতি

সততাৰে কৰ্তব্য সমাপন কৰি অকলেই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা গৃহৰক্ষী বাহিনীৰ জোৱান বৰছিং বে’ক আৰক্ষী কনিষ্টবললৈ পদোন্নতি ...

APSC কেলেংকাৰিৰ নতুন মোৰঃ শীঘ্ৰেই জালত পৰিব বহু ACS- APS বিষয়া

APSC কেলেংকাৰিৰ নতুন মোৰঃ শীঘ্ৰেই জালত পৰিব বহু ACS- APS বিষয়া

ৰাজ্য কঁপোৱা APSC কেলেংকাৰিয়ে লাভ কৰিছে নতুন মোৰ।বিশেষ ন্যায়াধীশৰ আদালতত তদন্তকাৰী বিষয়া সুৰজিত্‍ সিং পানেছৰে নতুন এক আবেদন দাখিল কৰাৰ ...

মহানগৰৰ বৃদ্ধাশ্ৰমৰ বেমেজালিৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ ঘোষণা

মহানগৰৰ বৃদ্ধাশ্ৰমৰ বেমেজালিৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ ঘোষণা

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, বিশ্বজিৎ পেগুৱে বৃহস্পতি বাৰে মহানগৰৰ মাৰ্দাছ অল্ড এজ হ'ম নামৰ বৃদ্ধাশ্ৰমটোত বিৰাজমান বেমেজালিৰ এক দণ্ডাধীশ পৰ্য্যায়ৰ ...

Page 3 of 5 1 2 3 4 5