ডিঙিত গামোচালৈ ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ দ্বিতীয় ডোজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
দেশত তীব্র গতিত বৃদ্ধি পাইছে মহামাৰী ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ। আজি দিল্লীস্থিত এইমছত ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ দ্বিতীয় ডোজ ল'লে দেশৰ প্ৰধানমন্ত্ৰী ...
দেশত তীব্র গতিত বৃদ্ধি পাইছে মহামাৰী ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ। আজি দিল্লীস্থিত এইমছত ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ দ্বিতীয় ডোজ ল'লে দেশৰ প্ৰধানমন্ত্ৰী ...
ক'ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা ঘটনাৰ বাবে নাগপুৰত ১৫ৰ পৰা ২১ মাৰ্চলৈ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সময়ছোৱাত ...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে ল'লে ক'ৰোনা ভেকচিনৰ প্ৰথমটো টীকা ৷ বৃহস্পতিবাৰে মাতৃয়ে ভেকচিন লোৱাৰ কথা টুইটযোগে প্ৰকাশ কৰিলে ...
হাস্যৰসৰ মাজেৰে ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সোমবাৰে দিল্লীৰ এইমচত নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে ক'ভাক্সিনৰ প্ৰথমটো ...
সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দ্বিতীয় পৰ্যায়ৰ ক’ভিড ১৯ ভেকচিনৰ প্ৰথমটো পালি ল'লে। GMCHত ভেকচিন লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য সোমবাৰৰ পৰা ...
সোমবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চাচ উৰ্দ্ধৰ ব্যক্তিৰ ক'ৰোণা টীকাকৰণ ৷ পুৱাই দিল্লীৰ এইমচত ক'ভিড ভেকচিনৰ প্ৰথমটো টীকা ল'লে দেশৰ প্ৰধানমন্ত্ৰী ...
ক’ভিড ভেকচিন লোৱাৰ এসপ্তাহ পিছতেই মৃত্যু এগৰাকী ৪৮ বছৰীয়া অংগনবাড়ী কৰ্মীৰ। এই ঘটনাটো সংঘটিত হৈছে মণিপুৰত। ঘটনাটো শনিবাৰৰ দিনটোতহে পোহৰলৈ ...
ক'ভিড-১৯ সম্পৰ্কীয় সকলো ভুৱা তথ্য আঁতৰাব ফেচবুকে। ইতিমধ্যেই ফেচবুকে আৰম্ভ কৰিছে অভিযান । ক'ভিড ভেকচিন সন্দৰ্ভত প্ৰচাৰিত সকলো ভুৱা তথ্যৰ ...
নিউজ ডেস্কঃ আজিৰে পৰা আৰম্ভ হ'ল ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ উমেশ শৰ্মাক দিয়া ...
নিউজ ডেস্কঃ ৰাজ্যত ক'ৰোনা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ১৬ জানুৱাৰীৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব ৷ প্ৰথম পৰ্যায়ত ২.৯ লাখ ...
এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪
© 2021 All Rights Reserved | Headline8