অসম বিধানসভাত শুকুৰবাৰে ২০২১-২০২২ বিত্তীয় বৰ্ষৰ লেখানুদান দাখিল কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আজি দাখিল কৰা বাজেটত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত কাৰ্যক্ষম হ’ব ৰাজ্যত নতুনকৈ নিৰ্মান কৰা ৯খনকৈ কেঞ্চাৰ হাস্পতাল ৷
ই অসমবাসীৰ বাবে ই এক সুখবৰ ৷
উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ৷