স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত সদৌ অসম সাত বিহু উদযাপন সমিতিৰ সাত বিহু উদযাপন l পশ্চিম যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত আজি এখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে অনুষ্ঠানৰ আৰম্ভ কৰে সাতটা বিহু হুঁচৰি দলৰ সুন্দৰ বিহু নৃত্যৰ প্ৰদৰ্শনেৰে l
টাই আহোমৰ জাতীয় সাজপাৰ পৰিধান কৰি উদ্যোক্তা সকলে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সাত খনকৈ বিহুৰে অনুষ্ঠানতো সাফল্য মণ্ডিত কৰে l ৰাতিলৈ সংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰিছে l