- ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে ভূমিস্খলনৰ আশংকা
- নেৰানেপেৰা বৰষুণৰ বাবে বানপানীৰ লগতে ভূমিস্খলনে জন-জীৱন শংকিত কৰি তুলিছে।
- ইয়াকে লৈ তৎপৰ হৈ পৰা দেখা গৈছে কামৰূপ(মহানগৰ) জিলা প্রশাসন
- কামৰূপ(মহানগৰ) জিলা প্রশাসনে মুকলি কৰিছে আপদকালীন সেৱাৰ টেলিফোন নম্বৰ
- নম্বৰ দুটা ক্রমেঃ ০৩৬১-১০৭৭, ৯৬৭৮৪-৭১০৭১
- ২৪ ঘন্টাই সক্রিয় হৈ থাকিব এই নম্বৰ
- বানাক্রান্ত এলেকাৰ জনসাধাৰণে জিলা প্রশাসনৰ লগত যোগাযোগ কৰি সহায় বিচাৰিব পাৰিব
- জৰুৰীকালীন অৱস্থাত কৰিব পাৰে যোগাযোগ
- অত্যাধিক ভূমিস্খলনৰ আশংকাৰ বাবেই এই নম্বৰ মুকলি কৰা হৈছে।