ভয়ানক ৰূপ লৈছে অসম প্ৰদেশ কংগ্রেছৰ গৃহ কন্দলে। এইবাৰ APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ ৰকিবুল হুছেইনে পদত্যাগ কৰিবলৈ বাধ্য হ’ল।
AICCলৈ ইতিমধ্যে পদত্যাগ পত্র প্রেৰণ কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। মূলতঃ APCCৰ সভাপতি ভূপেন বৰাৰে সংঘাতৰ বাবেই ৰকিবুলৰ হুছেইনে পদত্যাগৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে।