দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী যুটীয়া সচিব। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা।
In a late evening Ops, @DIR_VAC_ASSAM trapped red handed and arrested Sri KK Sharma ACS Joint Secretary to Govt of Assam after accepting INR 90k from complainant for renewal of security firm license. @assampolice @CMOfficeAssam pic.twitter.com/rwMZzryF3A
— GP Singh (@gpsinghips) October 28, 2022
উল্লেখ্য যে প্রতিষ্ঠানৰ অনুজ্ঞাপত্র নবীকৰণৰ বাবে বিচাৰিছিল ধন সচিব গৰাকীয়ে। অভিযোগকাৰীৰ পৰা ৯০ হাজাৰ টকা লওতে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই। ইয়াৰ উপৰিও পূৰ্বেও বহুলোকৰ পৰা অনুজ্ঞাপত্র নবীকৰণৰ বাবে ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে।