ৰাজ্যবাসীৰ বাবে সুনাম কঢ়িয়াইছে ছয়গাঁৱৰ গুঞ্জন কলিতাই ।
জাপানৰ Toyo Short Film Festival লৈ নিৰ্বাচিত ছয়গাঁৱৰ গুঞ্জন কলিতাৰ চুটি ছবি ‘জাবৰ’। বিশ্বৰ ২০০০খন ছবিৰ ভিতৰত শীৰ্ষ দহত স্থান লাভ কৰিছে ছবিখনে। উল্লেখ্য যে, এই ফিল্ম ফেষ্টিভেলত নিৰ্বাচিত হোৱা ভাৰতৰ একমাত্ৰ ছবি হৈছে ‘জাবৰ’। চুটি ছবিখনৰ পৰিচালনা, চিনেমেট’গ্ৰাফী আৰু এডিটৰৰ দায়িত্বত আছিল গুঞ্জন কলিতা ।