মাচুল বৃদ্ধি সন্দৰ্ভত গ্ৰাহকলৈ সাময়িক সকাহ বিদ্যুত বিভাগৰ। মার্চৰ পূৰ্বে বৃদ্ধি নহয় বিদ্যুৎ মাচুল। সকলো পক্ষৰ মতামত গ্ৰহণ কৰিহে বিদ্যুৎ নিয়ামক আয়োগে দিব সিদ্ধান্ত। ২২ জানুৱাৰীলৈকে ৰাইজ, দল -সংগঠন, প্ৰতিষ্ঠানে অনলাইনযোগে অভিযোগ দিব পাৰিব।
মাৰ্চৰ প্ৰথম সপ্তাহত বিদ্যুৎ নিয়ামক আয়োগৰ শুনানিৰ সম্ভাৱনা। সকলো পক্ষৰ শুনানি গ্ৰহণৰ পিছতহে বিদ্যুতৰ মাচুলক লৈ গ্ৰহণ কৰা হ’ব সিদ্ধান্ত। সদ্যহতে কাৰ্যকৰী হোৱা নাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ।