• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া, বনপালকক বিদায় সম্বৰ্ধনা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2023
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া, বনপালকক বিদায় সম্বৰ্ধনা
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ফটাশীল খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া প্ৰাণেশ্বৰ শৰ্মা আৰু কালাপাহাৰ খণ্ডবন বিষয়া কাৰ্যালয়ৰ বনপালক মৃণাল কলিতাই ৩১ ডিচেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা উপলক্ষে সিদিনা বিয়লি গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত এখন বিদায় সভা অনুষ্ঠিত হয়। গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱসৰি খণ্ড বন বিষয়া প্ৰাণেশ্বৰ শৰ্মা আৰু বনপালক মৃণাল কলিতাক পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই গামোছা, শৰাই, মানপত্ৰ, ফুলৰ থোপা আৰু একোখনকৈ গ্ৰন্থ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনায়।

এই সন্দৰ্ভত ডি এফ অ ৰোহিণী বল্লভ শইকীয়াই কয় জন্মিলে যেনেকৈ এদিন সকলোৱে মৰিব লাগিব তেনেদৰে চৰকাৰী চাকৰি কৰিলে বিধি অনুসৰি এদিন সকলোৱে নিৰ্দিষ্ট বয়সত অৱসৰ লব লাগিব। কিন্তু অৱসৰ গ্ৰহণ কৰিলেও দুয়োজনে বিভাগটোলৈ তিনি দশকৰো অধিক দিন ধৰি আগবঢ়োৱা সেৱাক বিভাগ আৰু সহকৰ্মীসকলে সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলি ৰোহিণী বল্লভ শইকীয়াই সদৰি কৰে। সভাত অৱসৰ গ্ৰহণ কৰা প্ৰাণেশ্বৰ শৰ্মা আৰু বনপালক মৃণাল কলিতাই বিভাগটোত যোগদান কৰাৰ পৰা আৰম্ভ কৰি অৱসৰ গ্ৰহণ কৰালৈকে কিছু অভিজ্ঞতাৰ কথা ব্যক্ত কৰে আৰু পাছলৈয়ো বিভাগ বা সহকৰ্মী সকলে বিচাৰিলে সহায় কৰিব বুলি ব্যক্ত কৰে। সভাত পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় জয়ন্ত নাথ আৰু পুষ্পধৰ বুঢ়াগোহাঁই, আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনপালক – বনকর্মীসকল, কেবাজনো খণ্ড বন বিষয়া উপস্থিত থাকে।

Previous Post

মহানগৰীত চলিল ৩০ খনকৈ CNG বাছ; মাঘ বিহুৰ সময়লৈকে চলিব ১০০ খন!

Next Post

‘ভাৰত জোড়ো যাত্ৰা’ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
‘ভাৰত জোড়ো যাত্ৰা’ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

'ভাৰত জোড়ো যাত্ৰা'ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

মহানগৰীত জব্দ প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী আচৰণ বিধি উলংঘণ! তদন্তৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ

ঘোষিত হ'ল অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8