জীৱনশৈলী

৬ দিনলৈ সম্পূৰ্ণ লকডাউন; মুখ্যমন্ত্ৰীয়ে ক’লে- ‘ভয় নকৰিব, মই আছো’

ক'ৰোনা মহামাৰীৰ বাবে পৰিস্থিতি অতি বিষম হৈ পৰাত দিল্লীত ৬ দিনৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে...

Read more

ক’ৰোনা ৰোগীয়ে হেল্পলাইনৰ পৰা বিচাৰিলে সহায়; উত্তৰত আহিল- ‘যোৱা মৰি যোৱা’

দেশত ক'ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি হোৱাৰ মাজতে চৰকাৰৰ ফালৰ পৰা কৰা নিষ্ঠুৰ ব্যৱহাৰে সকলোৰে হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি দিছে।...

Read more

ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি; একেদিনাই জ্বলিল ২৩খন চিতা

ক'ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। মহাৰাষ্ট্ৰত এই মহামাৰীৰ আটাইতকৈ অধিক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনৰ...

Read more

ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ পৰা কেনেদৰে নিজকে ৰক্ষা কৰিব? WHOয়ে ক’লে কি খাব বা নাখাব

Processed foodৰ পৰা আঁতৰত থাকক ট্ৰাঞ্চ ফেটৰ পৰা আঁতৰি থাকক। Processed food, ফাষ্ট ফুড, ফ্ৰাইড ফুড, ফ্ৰজেন পিজ্জাৰ দৰে খাদ্যৰ...

Read more

বতাহৰ জৰিয়তে বিয়পিছে ক’ৰোনা; বৈজ্ঞানিকে বিচাৰি পালে উচিত প্ৰমাণ

ক'ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াক বাধাৰোপ কৰিবলৈ সকলো উপায় ব্যৰ্থ হৈছে। কি কাৰণে ক'ৰোনা মহামাৰী বিয়পিছে? সকলো...

Read more

১৮ এপ্ৰিলৰ পৰা মণিপুৰত প্ৰৱেশ কৰিলে দেখুৱাব লাগিব ক’ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট

মণিপুৰ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, ৰাজ্যখনত প্ৰৱেশ কৰা প্ৰতিগৰাকী লোকে ক'ভিড-১৯ পৰীক্ষাৰ ৰিপৰ্ট দেখুওৱাটো বাধ্যতামূলক। শুকুৰবাৰে এগৰাকী...

Read more

ক’ৰোনা ভেকচিনৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যক এতিয়া ক'ভিড-১৯ৰ ঢৌৱে স্পৰ্শ কৰিছে। দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক'ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ক'ভিড ভেকচিনৰ প্ৰথমটো পালি...

Read more

জেতুকাৰ ব্যৱহাৰ আৰু ঔষধি গুণসমূহ

জেতুকাৰ বৈজ্ঞানিক নাম হৈছে লাওচনিয়া ইনাৰমিচ। আৰু ইংৰাজীত ইয়াক হেনা(Heena)আৰু হিন্দীত মেহেন্দি বুলি জনা যায়। প্ৰাচীন কালৰ পৰা আমাৰ সমাজত...

Read more

সুৰাপায়ীসকল সাৱধান! ক’ৰোনাত সংক্ৰমণৰ আশংকা অধিক

সুৰাপান কৰা সকলৰ ক'ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা অধিক। এনে লোকক ভাইৰাছৰ সংক্ৰমণত অহা আৰু হাস্পতালত ভৰ্তি হোৱা পৰিস্থিতিত ঔষধৰ পালি...

Read more

সঁচাকৈয়ে স্থানান্তৰিত হ’ব নেকি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড?

বিগত বছৰ বছৰ ধৰি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ প্ৰসংগ উত্থাপন হয় আৰু পুনৰ অন্তৰ্ধান হয়। এইবাৰ একেটা প্ৰসংগয়ে পুনৰ পোহৰলৈ...

Read more
Page 15 of 23 1 14 15 16 23