• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কটন বিশ্ববিদ্যালয়ত মাহজোৰা কাৰ্যসূচীৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in শিক্ষা, অসম, গুৱাহাটী, সংবাদ
1 min read
0
কটন বিশ্ববিদ্যালয়ত মাহজোৰা কাৰ্যসূচীৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে কটন বিশ্ববিদ্যালয়ত অষ্টম সংখ্যক যোগ দিৱস পালন কৰা হয়। বিশ্ববিদ্যালয়ৰ ড° টি আও ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱস কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়াক অধ্যাপক মহাদেৱ পাটগীৰিয়ে। তেখেতৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অধ্যাপক মনজি‌ৎ কুমাৰ ভট্টাচাৰ্য, ডিন ছাত্ৰ কল্যাণ, অধ্যাপক প্ৰশান্ত শৰ্মা, সঞ্চালক, ছাত্ৰ কল্যাণ, কটন বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উপ সভাপতি ড‌° ৰুমা তালুকদাৰ, সহযোগী অধ্যাপিকা ড° বন্দনা শৰ্মা, ড° পৰিস্মিতা বৰদলৈ, ড° দেৱজ্যোতি বৰুৱা, ইন্দোৰ ষ্টেডিয়ামৰ শাৰীৰিক নিৰ্দেশক ড° কুলেন দাস সহ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই যোগ কাৰ্যসূচীত অংশগ্ৰহন কৰে।

উল্লেখ্য যে, মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দ্ধাৰণ কৰি দিয়া দুটা দিনত যোগৰ কৰ্মশালাৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা ক্রীড়া বিষয়াৰ সহযোগত কটন বিশ্ববিদ্যালয়ত ৬ জুনৰ পৰা ২০ জুনলৈ প্ৰতিদিনে আবেলি ৪ বজাত যোগাসন কাৰ্যসূচী ৰূপায়ণ কৰে। বিশ্ববিদ্যালয়ৰ এই যোগ কাৰ্যসূচীত প্ৰশিক্ষকৰূপে অংশগ্রহণ কৰে যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰে। তেখেতৰ সৈতে সহযোগিতা আগবঢ়ায় ধ্ৰুৱজ্যোতি হালৈয়ে। উল্লেখ্য যে ২০১৫ চনৰ পৰা আৰম্ভ হোৱা আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী কটন বিশ্ববিদ্যালয়ে প্ৰতিবছৰে পালন কৰি আহিছে ৷

Previous Post

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নতুন অধ্যক্ষ ৰাজু টিছো!

Next Post

অম্বুবাচীৰ বাবে যান-বাহন চলাচলৰ পথ নিৰ্দেশনা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অম্বুবাচীৰ বাবে যান-বাহন চলাচলৰ পথ নিৰ্দেশনা!

অম্বুবাচীৰ বাবে যান-বাহন চলাচলৰ পথ নিৰ্দেশনা!

বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8