• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

IASSTত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 27, 2022
in শিক্ষা, অসম, সংবাদ
1 min read
0
IASSTত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ IASSTৰ উদ্যোগত এখন জনপ্রিয় বিজ্ঞান ভিত্তিক চুটিগল্প লিখনিৰ কৰ্মশালা আজি অনুষ্ঠিত হয়। কর্মশালাখনৰ মূল উদ্দেশ্য আছিল প্রতিস্থানটোৰ কৰ্মৰত বিজ্ঞানী আৰু গবেষক ছাত্র-ছাত্রীসকলে তেওঁলোকৰ দ্বাৰা আবিস্কৃত তত্ত্বগধুৰ গবেষণাৰ পত্ৰ আৰু উদ্ভাৱন সমূহ স্থানীয় ভাষাৰ মাধ্যমেৰে সহজ সৰলভাৱে সৰ্ব্বসাধাৰণ মানুহে বুজি পোৱাকৈ লিখি উলিয়াব পৰা বিভিন্ন প্ৰণালী আৰু কৌশলগত প্ৰশিক্ষণৰ ব্যৱস্থা গ্রহণ।

কর্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা শিশু সাহিত্যৰ ২০১৪ চনৰ ৰাষ্ট্ৰীয় বঁটা প্রাপক অসমীয়া বিজ্ঞান সাহিত্যৰ জনপ্রিয় লিখক তথা বিজ্ঞানী ড° দিনেশ চন্দ্র গোস্বামীৰ লগতে আন এগৰাকী অসমীয়া সাহিত্যৰ লিখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীৰ ভাষণ আৰু অসমীয়া বিজ্ঞান সাহিত্যৰ জনপ্ৰিয় চুটিগল্পৰ প্ৰশিক্ষণৰ দ্বাৰা উপস্থিত গবেষক ছাত্র ছাত্রী তথা বৈজ্ঞানিকসকলক যথেষ্ট উপকৃত কৰে। অনুষ্ঠানত উপস্থিত থকা আন দুগৰাকী সমল ব্যক্তি যথাক্রমে অসম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দুৰসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ড’ অভিজিৎ বৰাই ইংৰাজী সাহিত্যৰ দ্বাৰা বিজ্ঞানৰ তত্বগধুৰ কথাসমূহ সহজ আৰু সাৱলীলভাৱে জনসাধাৰণৰ মাজত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা বিভিন্ন কৌশল আৰু পদ্ধতিৰ বিষয়ে আগবঢ়োৱা ভাষণে উপস্থিত সকলক যথেষ্ট উপকৃত কৰে।

কর্মশালাখনত প্রতিষ্ঠানটোৰ সমূহ বৈজ্ঞানিক, গবেষক ছাত্র-ছাত্রী, বিষয়া, কৰ্মচাৰীৰ লগতে কটন, তেজপুৰ, গুৱাহাটী আৰু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কেইখনৰ ভালেসংখ্যক স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ লগতে গৱেষক ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত কৰ্মশালাখনৰ অংশগ্ৰহণকাৰী সকলক ই চাৰ্টিফিকেট প্রদান কৰা হয়।

Previous Post

বিমানকোঠত ৰবটীক মেচিনৰে “শীঘ্ৰেই প্ৰস্তুত কৰি প্ৰদান কৰিব পৰা” খাদ্য বিপণিৰ শুভাৰম্ভ

Next Post

আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিংঙৰ দীক্ষান্ত সমাৰোহ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিংঙৰ দীক্ষান্ত সমাৰোহ

আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিংঙৰ দীক্ষান্ত সমাৰোহ

দীপৰ বিল নাৱেৰে পৰিদৰ্শন কৰিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই

দীপৰ বিল নাৱেৰে পৰিদৰ্শন কৰিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই

থায়াগৰাজ ষ্টেডিয়াম বিতৰ্কঃ IAS সঞ্জীৱ খিৰৱাৰ, ৰিংকু দুগ্গাক শাস্তিমূলক বদলি

থায়াগৰাজ ষ্টেডিয়াম বিতৰ্কঃ IAS সঞ্জীৱ খিৰৱাৰ, ৰিংকু দুগ্গাক শাস্তিমূলক বদলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8