• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰাকত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in ক্ৰাইম, অসম
1 min read
0
বৰাকত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ
Share on FacebookShare on Twitter

আজি নিশা কৰিমগঞ্জত যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফে৷ এখন ট্ৰাকত অভিযান চলাই জব্দ কৰে ৯ কেজি ৪৭৭ গ্ৰাম হেৰ’ইন ৷ ৭৬৪ টা চাবোনৰ বাকচত অনা হৈছিল হেৰ’ইনখিনি।

তথ্য অনুসৰি, AS11BC -7975 নম্বৰৰ ট্ৰাকখনৰ গোপন কেবিনত লুকুৱাই হেৰ’ইন খিনি সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে ৷ বিএছএফ আৰু ৭ নম্বৰ বেটেলিয়ন আৰু কৰিমগঞ্জ আৰক্ষীয়ে ট্ৰাক জব্দ কৰাৰ বাবে তৎপৰ হৈ পৰে ৷ সেই মৰ্মে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ নিউ কৰিমগঞ্জ ৰে’লৱে ষ্টেচনৰ ওচৰত ট্ৰাকখনৰ বাবে অপেক্ষা কৰি থাকে দলটোৱে ৷ এটা সময়ত ট্ৰাকখন উপস্থিত হোৱাত তালাচী চলাই গোপন কেবিনৰ পৰা উদ্ধাৰ কৰা হয় হেৰ’ইন ভৰ্তি ৭৬৪ টা চাবোনৰ বাকচ ৷ হেৰ’ইনৰ সৈতে এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে ট্ৰাকখন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

আৰক্ষীৰ মন্তব্য অনুসৰি হেৰ’ইনখিনিৰ মূল্য কেইবা কোটি টকা ৷ জব্দ কৰা হেৰ’ইনসহ ট্ৰাক আৰু সৰবৰাহকাৰীক কৰিমগঞ্জ আৰক্ষীক গতাই দিয়া হয় ৷ ইফালে, কৰিমগঞ্জ আৰক্ষীয়ে এই সংক্ৰান্তত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চেষ্টাৰ ক্ৰতি নকৰেঃ ভাস্কৰজ্যোতি মহন্ত

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকাঃ DGP ভাস্কৰজ্যোতি মহন্ত

অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চেষ্টাৰ ক্ৰতি নকৰেঃ ভাস্কৰজ্যোতি মহন্ত

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য

আজি অমিতাভ বচ্চনৰ জন্মদিন

আজি অমিতাভ বচ্চনৰ জন্মদিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8