• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চেষ্টাৰ ক্ৰতি নকৰেঃ ভাস্কৰজ্যোতি মহন্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকাঃ DGP ভাস্কৰজ্যোতি মহন্ত
Share on FacebookShare on Twitter

অলপতে ডেৰগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হোৱা এছ.পি সন্মিলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এই সন্মিলনখনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে। ৰাইজৰ সেৱাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা পৰামৰ্শক শলাগিলে ভাস্কৰজ্যোতি মহন্তই।

অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে আপ্ৰাণ চেষ্টা কৰিব আৰু অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অসম আৰক্ষীক বিভিন্ন ধৰণে সজাই পৰাই তোলা হ’ব। এই ক্ষেত্ৰত অসম আৰক্ষীয়ে চেষ্টাৰ ক্ৰতি নকৰে আৰু আৰক্ষী প্ৰধান সকল প্ৰতিজ্ঞাবদ্ধ হ’ব বুলিও মন্তব্য প্ৰকাশ ডি জি পি গৰাকীৰ।

আৰক্ষী থানাত এজন ব্যক্তিয়ে বা কোনো সাধাৰণ নাগৰিকে থানাৰ ভিতৰত সোমাবলৈ ভয় বা সংকোচ নকৰি নিজৰ মানুহ বুলি জ্ঞান কৰিব লাগে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে এছ.পি. সন্মিলনত মন্তব্য কৰিছিল আৰু এই ক্ষেত্ৰত অসম পুলিচে সম্পূৰ্ণ চেষ্টা কৰি যাব বুলিও মন্তব্য কৰে মহন্তই।

Previous Post

বৰাকত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ

Next Post

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য

আজি অমিতাভ বচ্চনৰ জন্মদিন

আজি অমিতাভ বচ্চনৰ জন্মদিন

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড়

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8