• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২ কংগ্ৰেছী বিধায়কৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 4, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান
Share on FacebookShare on Twitter

আজি ঝাৰখণ্ডৰ দুগৰাকী কংগ্ৰছী বিধায়ক অনুপ সিং আৰু প্ৰদীপ যাদৱৰ বাসগৃহত আয়কৰ বিভাগে অভিযান আৰম্ভ কৰিছে। তথ্য অনুসৰি, আয়কৰ বিভাগৰ দলটোৱে পোদিয়াতৰ বিধায়ক প্ৰদীপ যাদৱ, বেৰ্মোৰ বিধায়ক অনুপ সিং আৰু নেতা শিৱশংকৰ যাদৱৰ ঘৰত ৱাই উপস্থিত হৈ অভিযান আৰম্ভ কৰে। বিহাৰ আৰু ঝাৰখণ্ডৰ আইডি দলে গোড্ডা, ৰাঁচীৰ কাংকে ৰোড আৰু ডোৰাণ্ডাৰ গোপন আস্তানাত অভিযান চলাই আছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে বিজেপিৰ ওপৰত কটাক্ষ মন্তব্য কৰি কৈছিল যে জনজাতীয়, দলিত আৰু সংখ্যালঘু সকলৰ মাজত ইউপিএৰ জনপ্ৰিয়তাই ভয়ৰ সৃষ্টি কৰিছে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক বৃহস্পতিবাৰে ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁ উপস্থিত হোৱা নাছিল। তেওঁ কৈছিল যে তেওঁক চমন প্ৰেৰণ নকৰিব, পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰিব। তেওঁ কৈছিল যে, বিজেপিয়ে ভাবে যে তেওঁলোকে কাৰাগাৰত ৰাখি ভয় খুৱাব। আমি এই ষড়যন্ত্ৰৰ উপযুক্ত প্ৰত্যুত্তৰ দিম। জনতা আমাৰ লগত আছে গতিকে আমি যিকোনো যুঁজ কৰিবলৈ সাজু। বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে চিবিআই আৰু ইডিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে শাসকীয় দলটোৱে।

Previous Post

দক্ষিণ কামৰূপৰ সোণতলীত মৃতদেহ উদ্ধাৰ

Next Post

গুৱাহাটীত ‘উত্তৰ-পূবত প্ৰাকৃতিক ৰবৰৰ বিকাশ’ সন্দৰ্ভত মিডিয়া ৰাউণ্ড টেবুলৰ আয়োজন

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
গুৱাহাটীত ‘উত্তৰ-পূবত প্ৰাকৃতিক ৰবৰৰ বিকাশ’ সন্দৰ্ভত মিডিয়া ৰাউণ্ড টেবুলৰ আয়োজন

গুৱাহাটীত 'উত্তৰ-পূবত প্ৰাকৃতিক ৰবৰৰ বিকাশ' সন্দৰ্ভত মিডিয়া ৰাউণ্ড টেবুলৰ আয়োজন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8