• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীক খবৰ দিয়ক আৰু ২ লাখ টকা পুৰস্কাৰ লওক!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 24, 2022
in ক্ৰাইম, অসম, গুৱাহাটী
1 min read
0
গুৱাহাটীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনা, এজন নিহত!
Share on FacebookShare on Twitter

আৰক্ষীক লাগে ৰাইজৰ সহায়! কাৰণ বৰ্তমান অসহায় হৈ পৰিছে গুৱাহাটীৰ মহানগৰ আৰক্ষী। অপৰাধীয়ে নিদ্ৰা হৰিছে মহানগৰীৰ বৃহৎ আৰক্ষী বাহিনীক। সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীত বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল পূৰৱী গাখীৰৰ বিতৰক ৰঞ্জিত বৰাক। ৰঞ্জিত বৰাই লগত লৈ অহা প্ৰায় আঢ়ৈ লাখ টকাৰ এটা বেগ অপৰাধীয়ে কাঢ়ি নিলে।

অপৰাধীক কৰায়ত্ত্ব কৰিব নোৱাৰাত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। সেয়েহে উপায়ন্তৰ হৈ এইবাৰ আৰক্ষীয়ে ভৰসা কৰিছে সাধাৰণ জনতাৰ ওপৰত। কাৰোবাৰ ওচৰত যদি কিবা তথ্য আছে আৰক্ষীক জনাবলৈ আহ্বান জনালে মহানগৰ আৰক্ষীয়ে।

Guwahati Police announces a ₹ 2 lakh reward for information that can lead to the arrest of the murderers of Ranjit Bora, who was shot dead on November 21 at Panjabari.

Information can be shared on WhatsApp 6026901247

The informant’s identify will be kept secret.

— Guwahati Police (@GuwahatiPol) November 23, 2022

ইয়াৰ বাবে মহানগৰ আৰক্ষীয়ে এটা হোৱাটছএপ নম্বৰ ৰাইজৰ উদ্দেশ্যে দিছে। সেই নম্বৰটোতেই দিব পাৰিব অপৰাধীৰ খবৰ। আৰক্ষীয়ে দিয়া নম্বৰটো- ৬০২৬৯০১২৪৭। প্ৰতিশ্ৰুতি দিছে আৰক্ষীয়ে গোপনে ৰাখিব পৰিচয়। লগতে সেই খবৰ দিওঁতা জনক আৰক্ষীৰ ফালৰ পৰা দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ।

Previous Post

মহানগৰীত ড্ৰাগছসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ!

Next Post

বিশ্বনাথ চাৰিআলিত আৰম্ভ হ’ল আজাদী কা অমৃত মহোৎসৱ বিষয়ক চিত্ৰ প্ৰদৰ্শনী

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
বিশ্বনাথ চাৰিআলিত আৰম্ভ হ’ল আজাদী কা অমৃত মহোৎসৱ বিষয়ক চিত্ৰ প্ৰদৰ্শনী

বিশ্বনাথ চাৰিআলিত আৰম্ভ হ’ল আজাদী কা অমৃত মহোৎসৱ বিষয়ক চিত্ৰ প্ৰদৰ্শনী

‘বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষমতাৰ জৰিয়তে বহনক্ষম জীৱিকা’ সন্দৰ্ভত কৰ্মশালাৰ আয়োজন

'বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষমতাৰ জৰিয়তে বহনক্ষম জীৱিকা' সন্দৰ্ভত কৰ্মশালাৰ আয়োজন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8