• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাল খবৰঃ ‘ফৰ্বছ’ৰ তালিকাত অভিনেতা আদিল হুছেইন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in মনোৰঞ্জন, অসম, ৰাষ্ট্ৰীয়, সংবাদ
0
ভাল খবৰঃ ‘ফৰ্বছ’ৰ তালিকাত অভিনেতা আদিল হুছেইন
Share on FacebookShare on Twitter

বছৰৰ আৰম্ভণিতে অসমলৈ গৌৰৱ কঢ়িয়ালে অভিনেতা আদিল হুছেইনে৷ অভিনেতাগৰাকীয়ে ‘ফৰ্বছ’এ ২০২১ বৰ্ষৰ বাবে হিন্দী চিনেমা উদ্যোগৰ ৮টা অসামান্য প্ৰদৰ্শনৰ ‘উৎকৃষ্ট অভিনেতা’ৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। আদিল হুছেইনে বলীউডৰ চিনেমা ‘বেল বটম’ত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাত স্থান লাভ কৰিছে৷ ‘ফৰ্বছ’এ কয়, আদিল হুছেইনে ‘বেল বটম’ত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছে৷ যিটো চৰিত্ৰ চিনেমাখনৰ মূল চৰিত্ৰতকৈও গুৰুত্বপূৰ্ণ হৈছে৷ অকেন্দ্ৰীয় চৰিত্ৰবোৰে সাধাৰণতে দৰ্শকৰ মনোযোগ আকৰ্ষণ নকৰে। কিন্তু আদিল হুছেইনে এই কঠিন কামটো যথেষ্ট নিখুঁতভাবে কৰিছে আৰু চৰিত্ৰটোক দৰ্শকৰ দৃষ্টি গোচৰ কৰি কেন্দ্ৰীয় চৰিত্ৰৰ দৰেই মনোযোগ লভিবলৈ সক্ষম হৈছে। চৰিত্ৰটোৱে এক ক্ষীণ ৰেখাত খোজ কাঢ়ে আৰু হুছেইনে ইয়াক যথেষ্ট সুন্দৰতাৰে পৰিৱেশন কৰে বুলিও ‘ফৰ্বছ’ৰ তৰফৰ পৰা মন্তব্য কৰিছে৷
‘ফৰ্বছ’ৰ তালিকাত স্থান পোৱা আন অভিনেতাসকল হ’ল: আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, সিকন্দৰ খেৰ, মানৱ কৌল আৰু অমৃতা সুভাষ।
‘ফৰ্বছ’ৰ তালিকাত স্থান পোৱাৰ পাছত আদিল হুছেইনে টুইটাৰযোগে কয়, ২০২১ চনৰ ৮ টা অসামান্য প্ৰদৰ্শনৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ‘ফৰ্বছ’ক ধন্যবাদ। উল্লেখযোগ্য যে, ‘ফৰ্বছ’ হৈছে এখন আমেৰিকান ব্যৱসায়িক আলোচনী। বছৰত আঠবাৰ প্ৰকাশিত আলোচনীখনত বিত্ত, উদ্যোগ, বিনিয়োগ আৰু বিপণন বিষয়ৰ ওপৰত প্ৰবন্ধ প্ৰকাশিত হয়৷ ‘ফৰ্বছ’এ প্ৰযুক্তি, যোগাযোগ, বিজ্ঞান, ৰাজনীতি আৰু আইনৰ দৰে সম্পৰ্কিত বিষয়ৰ ওপৰতো প্ৰতিবেদন আগবঢ়ায়।

Previous Post

অসমৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে…..

Next Post

১৫ বছৰৰ উৰ্দ্ধৰ কিশোৰ-কিশোৰীৰ ক’ভিড টিকাকৰণ আৰম্ভ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
১৫ বছৰৰ উৰ্দ্ধৰ কিশোৰ-কিশোৰীৰ ক’ভিড টিকাকৰণ আৰম্ভ

১৫ বছৰৰ উৰ্দ্ধৰ কিশোৰ-কিশোৰীৰ ক’ভিড টিকাকৰণ আৰম্ভ

অসম গ্ৰন্থমেলাত অভিলেখ! ৫ দিনতে বিক্ৰী হ’ল ১ কোটি টকাৰো অধিক গ্ৰন্থ

অসম গ্ৰন্থমেলাত অভিলেখ! ৫ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰো অধিক গ্ৰন্থ

দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8