• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাম মন্দিৰৰ নামত চান্দা লৈ বিজেপিৰ লোকে সুৰাপান কৰেঃ কংগ্ৰেছ নেতা

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰাম মন্দিৰ
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ ঝাবুআৰ পৰা কংগ্ৰেছ বিধায়ক কান্তিলাল ভুৰিয়াই ৰাম মন্দিৰ ওপৰত বিতৰ্কিত মন্তব্য প্ৰদান কৰি কয় যে, বিজেপিয়ে দিনত ৰাম মন্দিৰৰ নামত চান্দা খোজে আৰু সন্ধিয়া সুৰাপান কৰে।

কান্তিলাল ভূৰিয়াৰ বিতৰ্কিত মন্তব্যত অযোধ্যাৰ সাধুসকলে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কংগ্ৰেছৰ যুগত হোৱা নাছিল বিকাশ
সাধু সমাজে ক’লে যে কান্তিলাল ভূৰিয়াৰ বিদ্বেষ। এনে লোক ৰাজনীতিত থাকিব নালাগে।

কেৱল এয়াই নহয় সাধুসমাজে কংগ্ৰেছৰ ওপৰত আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰি কয় যে কংগ্ৰেছ দলে দেশক বিভক্ত কৰিবলৈ কোনো ক্ৰুতি নাৰাখে।

কংগ্ৰেছে ভগৱানক কাল্পনিক বুলি কৈছিল, ভগৱাৰ ওপৰত আঙুলি উঠায়।

কংগ্ৰেছৰ কালত আজিলৈ কোনোধৰণৰ বিকাশ হোৱা নায়।

কংগ্ৰেছৰ চিন্তা-ধাৰা নিন্দনীয়
সাধুজনে ক’লে যে কংগ্ৰেছে সদায় দেশ বিৰোধী শক্তিৰ সৈতে থিয় হৈ থকা দেখা পোৱা যায়।

শিলাবৰ্ষণকাৰী হওক, ট্ৰিপল তালাকৰ ঘটনা হওক, টুকৰে টুকৰে গেঙৰ সৈতে থিয় হোৱাৰ ঘটনাই হওক, সদায়ে কংগ্ৰেছে দেশখন বিভক্ত কৰাৰ ৰাজনীতি কৰি থকা দেখা পোৱা গৈছে।

সাধুসকলে ক’লে যে নিধি সমৰ্পণ অভিযানেৰে প্ৰতিটো বৰ্গৰ ৰাম ভক্তক সংযুক্ত কৰাৰ এক প্ৰশংসামূলক পদ্ধতি হয় আৰু ইয়াৰ প্ৰশংসা সমগ্ৰ দেশত হৈ আছে। কংগ্ৰেছ চিন্তা-ধাৰা নিন্দনীয়।

ইফালে আন এজন সাধুয়ে কয় যে, দেশবাসীসকল সজাগ হৈ কংগ্ৰেছ মুক্ত ভাৰতৰ বাবে চেষ্টা চলাব লাগে।

Photo: Google

Tags: AyodhyaMadhya Pradeshঅযোধ্যামধ্যপ্ৰদেশ
Previous Post

ৰিপুন বৰাৰ ঘৰত জন্ম হোৱা নাতি-পুতিৰ নাম আজমল উপাধিৰে ৰাখকঃ হিমন্ত বিশ্ব শৰ্মা

Next Post

শৰীৰৰ দীৰ্ঘস্থায়ী সমস্যা সমাধানৰ এক অন্যতম উপাদান লং । জানো আহক উপকাৰিতা…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
cloves

শৰীৰৰ দীৰ্ঘস্থায়ী সমস্যা সমাধানৰ এক অন্যতম উপাদান লং । জানো আহক উপকাৰিতা...

CAA

জুলাইলৈকে কাৰ্যকৰী নহয় নাগৰিকত্ব সংশোধনী আইনৰ বিধি

মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ

মাজুলী, কামাখ্যালৈ ১,৩৭৫ কোটি অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8