• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 14, 2022
in সংবাদ, গুৱাহাটী, শিক্ষা
1 min read
0
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা সম্পন্ন
Share on FacebookShare on Twitter

গুৱাহাটীৰ জালুকবাৰীস্থিত অসমৰ চৰকাৰী খণ্ডৰ একমাত্ৰ আয়ুৰ্বেদিক চিকিৎসা আৰু শিক্ষা প্রতিষ্ঠান চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ১২ নৱেম্বৰত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা স্মাৰক সদৌ অসম আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১০ বজাত বন্তি প্ৰজ্বলন আৰু ডাঃ ভুৱনেশ্বৰ বৰুৱা আৰু ডাঃ জগদীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ প্ৰতিকৃতিত পুষ্পার্ঘ্য তৰ্পনেৰে অনুষ্ঠানৰ আৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্য, তৰ্ক বিভাগৰ তত্বাৱধায়ক ডাঃ দিলীপ কুমাৰ গোস্বামীয়ে। অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ আদৰণি ভাষণৰ পিছতে “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০য়ে ভাৰতীয় শিক্ষা ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন আনিব” বিষয়ৰ ওপৰত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুশান্ত কুমাৰ কাশ্যপ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ টুৰিজিম আৰু ট্ৰেভেল বিভাগৰ অধ্যাপক ডঃ সত্যজিত দাস আৰু পাণবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষয়ত্রী চিন্ময়ী গোস্বামী বিচাৰক হিচাপে উপস্থিত থাকে। আনহাতে প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ৰাজদ্বীপ মহন্তই। তেনেদৰে গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ঝৰ্ণা গোস্বামীয়ে দ্বিতীয় , ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ অৰুণিমা ধৰে তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে। আনহাতে শ্ৰেষ্ঠ দলৰ সন্মান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আশীষ বৰ্মন আৰু নবাৰুণ কাশ্যপে। তেনেদৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজ দাস আৰু অৰ্ণবজ্যোতি তালুকদাৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ আৰু চিপাঝাৰ মহাবিদ্যালয়ৰ শ্বাহজাদি শ্ববনম চুলতানা আৰু জিতুমণি কলিতাৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী সকলৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়।

Previous Post

মুক্তি পালে বহু প্ৰতীক্ষিত সংগীত ভিডিঅ’ ‘সুৰ তুমি’

Next Post

‘খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক’

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
‘খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক’

'খেতিৰ মাটি চন পেলাই নাৰাখিব; সমবায় ভিত্তিত হলেও খেতি কৰক'

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অঘটন! মিজোৰামত মাটিৰ তলত জীৱন্তে পোত গ’ল প্ৰায় ১২ জন

অঘটন! মিজোৰামত মাটিৰ তলত জীৱন্তে পোত গ'ল প্ৰায় ১২ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8