• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 9, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ
Share on FacebookShare on Twitter

গুৱাহাটীৰ ভি আই পি ৰোডৰ ৰাধা নগৰত শ্ৰীশিৰদী সাই বাবা মন্দিৰৰ দশম বর্ষপূর্তি উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিশিষ্ট আধ্যাত্মিক চিন্তাবিদ, সাহিত্যিক তথা সমাজহিতৈষী ড০ চন্দ্ৰ ভানু সৎপথী আজি গুৱাহাটীত উপস্থিত হয়। অনুষ্ঠানটি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি ড০ সৎপথীয়ে ভাৰত আৰু বিদেশত ভাৰতীয় দৰ্শন, আধ্যাত্মিকতা আৰু সংস্কৃতিৰ প্ৰচাৰ কৰি আহিছে। তেওঁৰ অনুপ্ৰেৰণাত ভাৰত আৰু সমগ্ৰ বিশ্বতে ২৫০ টাতকৈও অধিক আধ্যাত্মিক আৰু দানশীল কেন্দ্র স্থাপন কৰা হৈছে।

শ্রী ড০ সৎপথীয়ে ১০ নৱেম্বৰত সন্ধিয়া ৫ বজাত গুৱাহাটীৰ ভিআইপি ৰোডৰ ৰাধা নগৰৰ মন্দিৰ প্ৰাংগণত ভক্তৰ সমাৱেশত ভাষণ প্রদান কৰিব। ইয়াৰ পিছত সন্ধিয়া ৬ বজাত তেওঁ মন্দিৰ চৌহদত পালকী যাত্ৰা উদ্বোধন কৰিব। সেইদিনা সন্ধিয়া ৭ বজাত ড০ সৎপথী গুৱাহাটীৰ কাহিলীপাৰা ৰোডত স্থিত প্রয়াত কৈলাশ নাথ শর্মা সোঁৱৰণী ন্যাস শিৰদী সাই বাবা মন্দিৰ দৰ্শন কৰিব। ১১ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত ড০ সৎপথীয়ে ভিআইপি ৰোড স্থিত শ্রী শিৰদী সাই বাবা মন্দিৰত স্বেচ্ছামূলক ৰক্তদান শিবিৰ উদ্বোধন কৰিব। ইয়াৰ পিছতে মন্দিৰ চৌহদত বৰপেটাৰ পৰা অহা এটা দলে নাগাৰা নাম পৰিৱেশন কৰিব। ১১ নৱেম্বৰৰ সন্ধিয়া শ্রী শিবদী সাই আধ্যাত্মিক আৰু দাতব্য ন্যাসে সন্ধিয়া ৫.৩০ বজাৰ পৰা ৮.০০ বজালৈ এক বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।

Previous Post

পামহীৰ ৰাস মহোৎসৱত দয়াৰাম কাথাৰৰ দুখন গ্ৰন্থ উন্মোচন

Next Post

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই

পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই

সুখবৰ! বেলতলা মহাবিদ্যালয়ে লাভ কৰিলে ‘নাক’ৰ দ্বাৰা ‘ বি+’ গ্ৰেড

সুখবৰ! বেলতলা মহাবিদ্যালয়ে লাভ কৰিলে 'নাক'ৰ দ্বাৰা ' বি+' গ্ৰেড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8