• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ছাত্ৰীক হোৱাটছএপ আৰু ফেচবুকত পঠিয়াই অশ্লীল বাৰ্তাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ লজ্জাজনক কাণ্ড

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি, সংবাদ
0
ছাত্ৰীক হোৱাটছএপ আৰু ফেচবুকত পঠিয়াই অশ্লীল বাৰ্তাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ লজ্জাজনক কাণ্ড
Share on FacebookShare on Twitter

অধ্যাপকৰ নামত কলংক সানিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকে। অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ।

বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অশ্লীল আচৰণ কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পূৰ্বে অইন এজন শিক্ষাৰ্থীয়েও অধ্যাপকজনৰ অশ্লীল আচৰণৰ বিষয়ে অভিযোগ কৰিছিল।

শিক্ষাৰ্থীসকলে দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে সঠিক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে লগতে দোষী সাব্যস্ত হ’লে বিশ্ববিদ্যালয়ৰ পৰা সোনকালে বৰ্খাস্ত কৰিব লাগে।

উক্ত সহকাৰী অধ্যাপকজনে হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে ছাত্ৰীসকলক অশ্লীল বাৰ্তাৰে যৌন নিৰ্যাতন কৰে বুলি অভিযোগ উত্থাপন হৈ আহিছে।ইতিমধ্যে স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ইয়াৰ সঠিক তদন্ত বিচাৰি আৰু অভিযুক্তক শাস্তি দিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।

Tags: গুৱাহাটী বিশ্ববিদ্যালয়ছাত্ৰীসহকাৰী অধ্যাপক
Previous Post

বৰষুণ গ’লে জাপি…

Next Post

অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা

অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা

ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

দিছপুৰ সদৃশ ধেমাজিঃ ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

দিছপুৰ সদৃশ ধেমাজিঃ ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8