• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰষুণ গ’লে জাপি…

Manoranjan Majumder by Manoranjan Majumder
September 29, 2021
in অসম, সংবাদ
1 min read
0
বৰষুণ গ’লে জাপি…
Share on FacebookShare on Twitter

বাতৰি এটা প্ৰকাশ পাইছে বোলে ধুবুৰীত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্জীয়নভুক্ত বিভিন্ন ধৰণৰ নাৱৰ চালক আৰু হেণ্ডিমেন-সহায়কসকলৰ বাবে কালিৰ পৰা পাঁচদিনীয়াকৈ ধুবুৰীত অসম অভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উদ্যোগত তথা অসমৰ চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত এটা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে ৷

মাজুলীৰ ফেৰী দুৰ্ঘটনাত হোৱা নৰসংহাৰৰ পিছত আপদাকালীন ব্যৱস্থা হিচাপে চৰকাৰে এতিয়া এনেধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ নাও, জাহাজত লাইফ জেকেট, অনলাইন টিকেটৰ ব্যৱস্থাৰ দৰে সুবিধা প্ৰদান কৰিছে ৷ কিন্তু কিমানবোৰ প্ৰাণৰ বিনিময়ত এই সুবিধা লাভ কৰিছে জনসাধাৰণে ?

ভৰ বাৰিষা বুকুত জীৱটো বান্ধি নদী ইপাৰ-সিপাৰ হোৱা যাত্ৰীসকলৰ পৰা ধন আদায় কৰাৰ সময়ত এনেবোৰ কথা মনলৈ নাহে ৷ কিন্তু নদীৰ পকনীয়াত নিমিষতে জাহ যায় একোটা জীৱন ৷ তাৰ পিছত চৰকাৰে ঘোষণা কৰে সাহায্যৰ ৷ জনসাধাৰণো সজাগ নহয় ৷ ভুটভুটী নাওবোৰত উশাহ নোপোৱাকৈ যাত্ৰা কৰে যাত্ৰীসকলে ৷ এনেবোৰ নাৱত সীমিত ব্যৱস্থা থকাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত সকলোৰে প্ৰাণ ৰক্ষা অসম্ভৱ হৈ পৰে ৷

মাজুলীকে ধৰি অসমৰ বিভিন্ন স্থানত হোৱা নাও দুৰ্ঘটনাবোৰৰ পিছত গা লৰিছে এতিয়া চৰকাৰৰ ৷ কিন্তু বৰষুণ গ’লে জাপি, চোৰ গ’লে বুধিৰ লেখীয়া হোৱাকৈ অলেখ লোকৰ প্ৰাণৰ বিনিময়ত প্ৰণয়ন হ’বলৈ যোৱা এই সুবিধাবোৰ কিমান দিনলৈ চলি থাকে সেয়া সময়ে ক’ব ৷

Tags: AssamDhuburiGuwahati Kachari GhatMajuli Incident
Previous Post

দালাল কোন?

Next Post

ছাত্ৰীক হোৱাটছএপ আৰু ফেচবুকত পঠিয়াই অশ্লীল বাৰ্তাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ লজ্জাজনক কাণ্ড

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ছাত্ৰীক হোৱাটছএপ আৰু ফেচবুকত পঠিয়াই অশ্লীল বাৰ্তাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ লজ্জাজনক কাণ্ড

ছাত্ৰীক হোৱাটছএপ আৰু ফেচবুকত পঠিয়াই অশ্লীল বাৰ্তাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ লজ্জাজনক কাণ্ড

অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা

অন্ধবিশ্বাস; নাহৰকটীয়াত তিনিগৰাকী কিশোৰীসহ মহিলাক বলি দিয়াৰ চেষ্টা

ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

ডকাইতি কেচৰ অনুসন্ধানত গৈছিল আৰক্ষীঃ কিন্তু ওলাল ভয়ানক তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8